• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“জয়মতী” আইদেউ সন্দিকৈৰ স্মৃতিত সাংস্কৃতিক কেন্দ্ৰ হ’ব বোকাখাতত

উত্তম শইকীয়া by উত্তম শইকীয়া
June 28, 2020 8:49 pm
Bokakhat to have cultural centre in memory of 'Joymoti' Aideu Handique
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম অসমীয়া বোলছবি “জয়মতী”ৰ নামভূমিকাত অভিনয় কৰা শিল্পী আইদেউ সন্দিকৈৰ স্মৃতিত বোকাখাত নগৰৰ মাজমজিয়াত এক সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ হ’ব৷

সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ অৰ্থ সাহায্যৰে চলিত বৰ্ষতে নিৰ্মাণকাৰ্য আৰম্ভ হ’ব এই প্ৰকল্পৰ৷

বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই দেওবাৰে কমাৰগাঁৱৰ পানীদিহিঙীয়াত থকা শিল্পী আইদেউ সন্দিকৈৰ সাংস্কৃতিক সংগ্ৰহালয়ত উপস্থিত হৈ এইদৰে কয়৷

তেওঁ জনাই যে চলিত বৰ্ষতে আইদেউ সন্দিকৈৰ স্মৃতিত নিৰ্মাণ কৰিব লগা সাংস্কৃতিক কেন্দ্ৰৰ বাবে এক কোটি টকা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সাংসদ পুঁজিৰ পৰা পোৱা হ’ব।

প্ৰথম পৰ্যায়ত লাভ কৰা ৫০ লাখ টকাৰে অচিৰেই বোকাখাতত এই প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি অতুল বৰাই সাংবাদিকক জানিবলৈ দিয়ে৷

মন্ত্ৰীগৰাকীয়ে সাংস্কৃতিক সংগ্ৰহালয়ত থকা শিল্পী আইদেউ সন্দিকৈ আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে৷

অনুষ্ঠানত উপস্থিত থকা বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামেও আইদেউ সন্দিকৈৰ প্ৰতিমূৰ্তিত গামোছা প্ৰদান কৰি শ্ৰদ্ধা নিবেদন কৰে৷

অনুষ্ঠানৰ শেষত শিল্পীগৰাকীৰ বাসগৃহলৈ গৈ পৰিয়ালৰ খবৰ লয় মন্ত্ৰী অতুল বৰাই।

এই অনুষ্ঠান উপৰিও মন্ত্ৰী অতুল বৰাই আজি তেওঁৰ গৃহ সমষ্টি বোকাখাতৰ ৰঙামাটি, বাদুলীপাৰ আৰু পশ্চিম কাজিৰঙা গাওঁ পঞ্চায়তৰ এলানি পথ নিৰ্মাণ প্ৰকল্পৰ শুভাৰম্ভ কৰে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

September 12, 2025 8:18 pm
নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

September 12, 2025 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd