• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছপিজি নিৰাপত্তা উঠাই লোৱাৰ পিছত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক চৰকাৰী আৱাস এৰিবলৈ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2020 8:05 am
PriyankaVadraNotice

প্ৰিয়ংকা গান্ধী, ফাইল ফ'টো

4.2k
VIEWS
Share on FacebookShare on Twitter

সমস্যাই লগ নেৰা হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক।

ইয়াৰ পূৰ্বে স্পেছিয়েল প্ৰ’টেকশ্যন গ্ৰুপ(এছপিজি) কেটগিৰীৰ নিৰাপত্তা উঠাই লোৱাৰ পিছত এইবাৰ দিল্লীস্থিত চৰকাৰী আৱাস খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে প্ৰিয়ংকা গান্ধীক।

অহা ১ আগষ্টৰ ভিতৰত প্ৰিয়ংকা গান্ধীক ঘৰ এৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

যদি প্ৰিয়ংকাই নিৰ্দিষ্ট সময়ৰ ভিতৰত চৰকাৰী আৱাস খালী নকৰে তেনে জৰিমনা বিহিব বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰই।

ৰাজধানীৰ নিৰাপদ এলেকাৰূপে পৰিচিত লোধী ৰোডৰ এটা চৰকাৰী আৱাসত ১৯৯৭ চনৰ পৰাই প্ৰিয়ংকা গান্ধীয়ে বাস কৰি আহিছে।

যোৱা ৩০ জুনত দিল্লীৰ আৱাস আৰু নগৰ মন্ত্ৰালয়ে প্ৰিয়ংকা গান্ধীলৈ এক পত্ৰ প্ৰেৰণ কৰি উক্ত চৰকাৰী আৱাসটো ১ আগষ্টৰ ভিতৰত খালী কৰিবলৈ নিৰ্দেশ দিছে।

পত্ৰখনত জনোৱা হৈছে যে, লোডী এলেকাৰ ৩৫ নম্বৰ উক্ত আৱাসটো এচপিজি নিৰাপত্তাপ্ৰাপ্ত লোকৰ বাবেহে অনুমোদন কৰা হয়।

যিহেতু ইতিমধ্যে প্ৰিয়ংকাৰ গান্ধীৰ এচপিজি নিৰাপত্তা চৰকাৰে উঠাই লৈছে গতিকে প্ৰিয়ংকাই এতিয়া উক্ত আৱাসটোও এৰিব লাগিব।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেইমাহ মানৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে প্ৰিয়ংকা গান্ধীৰ এছপিজি নিৰাপত্তা বাতিল কৰিছিল।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd