• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শেষ নাগ: ২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দীৰ্ঘতম ৰে’ল চলিল ভাৰতত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2020 1:31 pm
shashnag1

২.৮ কিলোমটাৰ দৈৰ্ঘৰ ৰে'ল শেষ নাগ।

640
VIEWS
Share on FacebookShare on Twitter

এখন ৰে’লত বাৰু কিমানটা দবা থকা আপুনি দেখা পাইছে ? খুব বেছি ২০ টা, ২৫ টা অথবা তাতকৈ কেইটামান বেছি। এয়া হৈছে একোখন সাধাৰণ ৰে’লত থকা দবাৰ সাম্ভাৱ্য সংখ্যা।

কিন্ত ৰে’ল এখনত যদি দবা থাকে ২৫১ টা আৰু ৰে’ল খনৰ দৈৰ্ঘ্য যদি ৩ কিলোমিটাৰৰ ওচৰা-ওচৰি হয় তেন্তে নিশ্চয় বহুতেই আচৰিত হব।

হয়, তেনে এখন অতি দীঘল ৰে’লেই বৃহস্পতিবাৰে চলিল ভাৰতত। দক্ষিণ-পূব-মধ্য ৰে’লৱেৰ নাগপুৰ সংমণ্ডলে শেহতীয়াকৈ চলালে ২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ৰে’ল।

ৰে’ল খনৰ নাম ৰখা হৈছে শেষ নাগ। ২৫১ টা দবা থকা এই ৰে’ল খনত আছে চাৰিটা ইলেক্টিক ল’ক’মটিভ আৰু চাৰিটা গাৰ্ড ভান। ৯টা ইঞ্জিনেৰে চলোৱা এই ৰে’ল খনেই হৈছে দেশৰ আটাইতকৈ দীঘল ৰে’ল।

ৰে’লখন অৱশ্যে যাত্ৰীবাহী ৰে’ল নহয়। ই এখন মালবাহী ৰে’লহে।

ৰে’ল খন দেশৰ সেৱাত মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলে কয় যে শেষ নাগ নামৰ দীৰ্ঘতম ৰে’লখন দেশৰ ৰে’ল ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিলে।

ইয়াৰ পূৰ্বেও ভাৰতীয় ৰে’লে ৩০ জুনৰ দিনা ছুপাৰ আনাকোণ্ডা নামৰ ১৭৭ টা দবা বিশিষ্ট আন এখন দীঘল ৰে’ল চলাইছিল।

Recent News

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

শিক্ষানুষ্ঠানৰ চৌহদত মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত ইণ্ডিয়ান ইনষ্টিউট অৱ মেনেজমেণ্ট, কলকাতাৰ ছাত্ৰক গ্ৰেপ্তাৰ

শিক্ষানুষ্ঠানৰ চৌহদত মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত ইণ্ডিয়ান ইনষ্টিউট অৱ মেনেজমেণ্ট, কলকাতাৰ ছাত্ৰক গ্ৰেপ্তাৰ

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd