• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানৰ পিছত ব্যাপক গৰাখহনীয়াই ত্ৰাসৰ সৃষ্টি কৰিছে চামগুৰিৰ লাওঁখোৱাত

ঘৰ-ভেঁটি ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়ালে

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
July 5, 2020 11:54 am
VideoCapture_20200705-110305

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত কাল ক’ৰনাৰ ব্যাপক সংক্ৰমণৰ ভয়াবহতাৰ সময়তে ভূমি সংকোচনেহে বিপদ মাতিছে চামগুৰিৰ নৈপৰীয়া লাওঁখোৱাবাসীৰ বাবে।

বাৰিষাৰ দ্বিতীয়টো বানৰ প্ৰভাৱ কিছু পৰিমাণে শাম কাটিছে যদিও শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এক ভয়াবহ ৰূপ ধাৰণ কৰিছে লাওঁখোৱাৰ ১নং ভূৰবন্ধাৰ পৰা ৪নং ভূৰবন্ধা পৰ্য্যন্ত বৃহত্তৰ অঞ্চলত।

Apply Now

বিগত তিনি দিন ধৰি ১নং ভূৰবন্ধাত অব্যাহত থকা প্ৰৱল গৰাখহনীয়াৰ বাবে এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে বহু কেইটা পৰিয়ালৰ পকী বাসগৃহ।

ব্যাপক গৰাখহনীয়াই সৰ্ৱস্বান্ত কৰা ভুক্তভোগী প্ৰায় শতাধিক পৰিয়ালে এতিয়া ভেঁটি-মাটি এৰি সকলো সা-সমগ্ৰীলৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বুলি জানিবলৈ দিয়ে ভুক্তভোগী একাংশ লোকে।

উল্লেখযোগ্য যে, ১নং ভূৰবন্ধাত অব্যাহত থকা প্ৰৱল গৰাখহনীয়াই এতিয়া শিলঘাট-ধিং সংযোগী মূল মথাউৰিটোলৈয়ো ভাবুকি মাতি আনিছে।

কিয়নো ভয়ংকৰ ৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আক্ৰান্ত ঠাইৰ পৰা মাত্ৰ দুশ মিটাৰ নিলগতে আছে অতিশয় গুৰুত্বপূৰ্ণ মথাউৰিটো।

স্থানীয় নৈপৰীয়া ৰাইজৰ আশংকা এইয়ে যে ১নং ভূৰবন্ধাত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া বৰ্তমানৰ দৰেই অব্যাহত থাকিলে নগাঁও জিলাৰ বৃহত্তৰ অঞ্চলক সুৰক্ষিত কৰি অহা বিশেষ মথাউৰিটোলৈ চৰম ভাবুকি আহি পৰিব।

লক্ষণীয়ভাবে বিগত বহু বছৰ ধৰি ভূৰৱন্ধাবাসীয়ে ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াৰ বাবে ভোগ কৰি অহা যাতনাক কাষৰীয়া কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই চৰম অৱহেলা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী নৈপৰীয়া ৰাইজে।

শীঘ্ৰে ১নং ভূৰবন্ধাত এটা বা দুটা গাইড বান্ধ নিৰ্মাণৰ ব্যৱস্থা কৰি বাকী থাকি যোৱা ঠাইখনৰ লগতে মূল মথাউৰিটো সুৰক্ষিত কৰিবৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে শাসনাধীষ্ঠ চৰকাৰখনক ৰাইজে আহ্বান জনাইছে।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd