• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউন-কাৰফিউৰ মাজতে ৰখাই থোৱা বিলাসী জাহাজত বিলাসী সুৰাৰে আৰক্ষীৰ নৈশ পাৰ্টী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 8, 2020 11:38 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীত এফালে লকডাউন আনফালে নৈশ কাৰফিউ তাৰ মাজতে একাংশ উচ্চ পদস্থ আৰক্ষী বিষয়াই মদ-মাংসৰে নৈশ পাৰ্টি কৰা ফটো-ভিডিঅ’ ভাইৰেল হোৱাত ৰাজ১জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

খোদ মহানগৰীতে সংঘটিত হৈছে এই কাণ্ড।

Apply Now

যি সময়ত লকডাউন ভংগকাৰী একাংশ জনতাক লাঠীৰে প্ৰহাৰ কৰি বা গোচৰ ৰুজু কৰি চিধা কৰিবলৈ চেষ্টা কৰি আহিছে, তেনে সময়তে স্বয়ং এইসকল আৰক্ষীক কোনে নাকী লগাব তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

যোৱা ৫ জুলাইৰ নিশাৰ ভাগত ব্ৰহ্মপুত্ৰৰ পাৰত ৰখাই থোৱা টি এফ দামোদৰ নামৰ জাহাজখনত বিলাতী সুৰাৰ ৰাগীত মাতাল হৈ আছিল উপ আৰক্ষী আয়ুক্ত আৰু সহকাৰী আৰক্ষী আয়ুক্ত পৰ্যায়ৰ কেইবাগৰাকী আৰক্ষী।

উক্ত মেহফিলত কেইবাগৰাকী মহিলা আৰক্ষীয়েও অংশগ্ৰহণ কৰিছিল বুলি ভিডিঅ’ত প্ৰকাশ পাইছে।

স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে মহানগৰীত লকডাউন চলি থকাৰ সময়ত বন্ধ আছে সুৰাৰ বিপনীসমূহ। তেনে ক্ষেত্ৰত দামী বিলাতী সুৰা কৰ পৰা লাভ কৰিলে আৰক্ষীয়ে।

এই কথাকে সোধাত দায়সৰা মন্তব্য এগৰাকী আৰক্ষী বিষয়াৰ। পানবজাৰ থানাৰ সহকাৰী আৰক্ষী আয়ুক্তৰ জন্মদিন উপলক্ষে বহিছিল এই মেহফিল।

“পানবজাৰ থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত নব কুমাৰ ডেকাৰ জন্মদিন উপলক্ষে এসাজ ভাত খোৱাৰ উদ্দেশ্যে আৰক্ষীৰ বিষয়াসকল লগ হৈছিলো। আমি একো গীত মাত কৰা নাই গতিকে একো বেয়াও কৰা নাই।” এগৰাকী আৰক্ষী বিষয়াৰ সংবাদ মাধ্যমৰ আগত এই মন্তব্য।

ইতিমধ্যে, আৰক্ষী বিষয়াৰ এনে কেতবোৰ বিশেষ ফটোগ্ৰাফ ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাত সকলোৱে একেমুখেই কৈছে “আৰক্ষীয়ে কৰিলে লীলা; সাধাৰণ জনতাই কৰিলে ধৰি-বান্ধি কিলা।”

লকডাউনৰ নীতি নিৰ্দেশনা ভংগ কৰাৰ উপৰি কেইজনমানে আৰক্ষীৰ পোছাকতেই যোগদান কৰিলে এই পাৰ্টিত। মুখত নাই মাস্ক কোনোৱে মানি নচলিলে সামাজিক দূৰত্ব।

ইপিনে, আৰক্ষী মহলক জন মানসত হেয় প্ৰতিপন্ন কৰা এই বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে এতিয়া বিশেষ তৎপৰতা অৱলম্বন কৰিছে ৰাজ্যৰ মুখ্য সচিবে।

মহানগৰ আৰক্ষী আয়ুক্তক এই ঘটনাৰ উচিত তদন্ত কৰি অচিৰেই এক প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd