• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চভূতত বিলীন হ’ল অশ্বিনী কুমাৰ চেতিয়া

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 10, 2020 9:55 pm
Former AATASU advisor, BJP leader Aswini Chetia passes away
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পঞ্চভূতত বলীন হ’ল উজনি অসমৰ এক সংগ্ৰামী সত্ত্বা আটাছুৰ প্ৰাক্তন মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়া।

শিৱসাগৰৰ হাঁহচৰাৰ ন-পাম চেতিয়া গাঁৱত আজি শেষকৃত্য সম্পন্ন কৰা হয় অশ্বিনী কুমাৰ চেতিয়াৰ।

Apply Now

অসমীয়া আৰু আহোম জনগোষ্ঠীক সন্মুখৰ পৰা নেতৃত্ব দিয়া টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াৰ বৃহস্পতিবাৰে নিশা ১১ বাজি ১৫ মিনিটত গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিং হোমত মৃত্যু হৈছিল।

বিগত এটা বছৰে এক জটিল ৰোগৰ সৈতে যুঁজ দি থকা অসমৰ এক সংগ্ৰামী সত্তা অশ্বিনী চেতিয়াই বৃহস্পতিবাৰে নিশা নিয়তিৰ ওচৰত হাৰ মানিলে।

তেওঁৰ মৃত্যুত আজি শোকস্তব্ধ হৈ পৰে শিৱসাগৰৰ লগতে হাঁহচৰাবাসী।

১৯৯৬ চনৰ পৰা ২০১৯ চনলৈ আটাছুৰ মজিয়াত থাকি উজনি অসমৰ এক শক্তিশালী কন্ঠস্বৰ হিচাপে পৰিগণিত হৈছিল অশ্বিনী চেতিয়া।

বহুকেইটা আন্দোলনক তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিছিল।

শিৱসাগৰৰ হাঁহচৰা ন-পাম চেতিয়া গাঁৱত ১৯৭১ চনত জন্ম গ্ৰহণ কৰা অশ্বিনী চেতিয়াই ১৯৯৬ চনত আটাছুত যোগদান কৰিছিল।

১৯৯৮ চনত আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দায়িত্ব গ্ৰহণ কৰা নেতাজনে ২০০১ চনৰ পৰা ২০০৩ চন পৰ্যন্ত আটাছুৰ কেন্দ্ৰীয় সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০০৪ চনত শদিয়া অধিৱেশনত তেওঁক সংগঠনটোৰ সভাপতিৰ দায়িত্ব দিয়া হয় আৰু ২০১০ চনত অশ্বিনী চেতিয়াই সভাপতিৰ পদ ত্যাগ কৰি আটাছুৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব লয়।

২০১৬ চনৰ বিধান সভা নিৰ্বাচনত ১০৮নং শিৱসাগৰ সমষ্টিৰ পৰা অসম সংগ্ৰামী মঞ্চৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও তেওঁ নিৰ্বাচনত পৰাজিত হয়।

২০১৯ চনত তেওঁ বিজেপি দলত যোগদান কৰাত আটাছুৰ মুখ্য উপদেষ্টাৰ পদ ত্যাগ কৰিছিল সংগ্ৰামী নেতাজনে।

অশ্বিনী চেতিয়াৰ সবল নেতৃত্বত আটাছুৱে আজিৰ সময়ত উপনীত হ’লহি। তেওঁৰ এটা আহ্বানত ওলাই আহিছিল হাজাৰ হাজাৰ যুৱক। সকলোৰে মৰমৰ ‘অশ্বিনী দা’ ক আজি হঠাৎ হেৰুৱাই শোকত ভাগি পৰে আটাছুৰ সদস্যসকল।

আজি পুৱা তেওঁৰ নশ্বৰ দেহ গৃহ জিলা শিৱসাগৰৈ অহা হয়। ঐতিহাসিক ৰংঘৰ বাকৰিৰ সন্মুখত আহোম সেনা, ঐক্য সেনাকে ধৰি বহু দল সংগঠনে শ্ৰদ্ধাঞ্জলি জনায়।

ইয়াৰ পাছতেই শিৱসাগৰৰ শিৱদ’লৰ সন্মুখত বিভিন্ন দল সংগঠনৰ লগতে অজস্ৰ জনে শেষ শ্ৰদ্ধাঞ্জলি জনায় প্ৰিয় নেতা জনক।

ইয়াৰ পাছতেই তেওঁ নশ্বৰ দেহ হাঁহচৰাৰ ন-পাম চেতিয়া গাঁৱলৈ নিয়া হয় আৰু তাতেই তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

শেষকৃত্য অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, জিলা সভানেত্ৰী সুৰভি ৰাজকুমাৰীকে ধৰি বহু ব্যক্তি উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd