• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ কৰি WHOৰ ভুয়সী প্ৰশংসা লাভ কৰিছে ভাৰতৰ ঘনবসতিপূৰ্ণ এখন বস্তিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2020 3:20 pm
image

মুম্বাইৰ ধাৰাবী বস্তি, ফ'টো- পিটিআই

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বত সন্ত্ৰাস চলোৱা কোবিড১৯ৰ আতংকত ত্ৰস্তমান সমগ্ৰ বিশ্ব।

বিশ্ব স্বাস্থ্য সংস্থা(WHO)ও মাজে মাজে হৈ পৰিছে দিকভ্ৰান্ত।

তথাপিও কোভিড১৯ৰ বিৰুদ্ধে বিশ্বব্যাপী অব্যাহত থকা যুঁজখনত নেতৃত্ব প্ৰদানৰ বাবে প্ৰতি মুহূৰ্ততে নিজকে সাজু কৰি ৰাখিছে WHOএ।

এই WHOএ ভাৰতৰ এখন বস্তীৰ কোভিড১৯ প্ৰতিৰোধী যুঁজক ভূয়সী প্ৰশংসাৰে উপচাই পেলাইছে।

কঠোৰ লকডাউন পালন, নিৰন্তৰ সতৰ্কতা আৰু বিপুলসংখ্যক টেষ্টৰ জৰিয়তে কোভিড১৯ প্ৰতিৰোধী যুঁজত সফল হোৱা এই বস্তিটো হৈছে মুম্বাই মহানগৰীৰ ধাৰাবী বস্তি।

জুন মাহত উক্ত বস্তিত গণ সংক্ৰমণৰ আশংকা কৰা হৈছিল যদিও পৰিস্থিতি এতিয়া সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন।

WHOৰ প্ৰধান ট্ৰেড্ৰ’ছ এ গ্ৰাবিয়েচাছে ধাৰাবী বস্তিক প্ৰশংসা কৰি কৈছে, “মুম্বাই মহানগৰীৰ ঘনবসতিপূৰ্ণ এলেকা ধাৰাবী বস্তিয়ে কোভিড১৯ মোকাবিলাৰ ক্ষেত্ৰত এক নজিৰ স্থাপন কৰিছে।”

শনিবাৰে জেনেভাৰ এক ভাৰ্চুৱেল সংবাদ মেলত WHOৰ প্ৰধান গৰাকীয়ে ধাৰাবী বস্তিক এক দৃষ্টান্ত হিচাপে তুলি ধৰি কয়, “স্পেইন, ইটালী, দক্ষিণ কোৰিয়া আনকি ঘনবসতিপূৰ্ণ মুম্বাইৰ ধাৰাবী অঞ্চলেও ক’ৰ’না বিৰোধী যুঁজত ধাৰাবাহিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। বিশ্বতে নজিৰ স্থাপন কৰিব পাৰিছে।”

উল্লেখ্য যে মাত্ৰ আঢ়ৈ বৰ্গ কিলোমিটাৰ অঞ্চলক আগুৰি থকা মুম্বাই ধাৰাবী বস্তিত ৯ লক্ষাধিক লোকে বাস কৰে।

মানুহেৰে ঠাহ খাই থকা ধাৰাবী বস্তিত গণসংক্ৰমণৰ আশংকা কৰা হৈছিল জুন মাহতে। প্ৰথমাৱস্থাত বস্তিটোত ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণ ঘটা পৰিলিক্ষিত হৈছিল।

কিন্তু ইয়াৰ পিছতে মহাৰাষ্ট্ৰ চৰকাৰ আৰু বুম্বাই মিউনিচিপাল কৰ্পোৰেশ্যন(বিএমচি)এ কঠোৰভাৱে বস্তিতটোত লকডাউন বলৱৎ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখা দিশটোক নিশ্চিত কৰিলে।

ইয়াৰ লগে লগে ক’ৰ’নাৰ শিকলি ছিঙি পোলোৱাৰ বাবে ট্ৰেচিং, ট্ৰেকিং, আইচ’লেশ্যন আৰু ট্ৰিটিং অনুসৰণ কৰা হয় সমগ্ৰ বস্তি অঞ্চলটোত।

মোবাইল ভান প্ৰেৰণ কৰি বস্তিটোত টেষ্টিঙৰ ব্যৱস্থা কৰে বিএমচিএ। ইয়াৰ ফলতেই ধাৰাবী বস্তি গণ সংক্ৰমণৰ ৰক্ষা পৰাই নহয় ক’ৰ’না প্ৰতিৰোধৰ যুঁজত দৃষ্টান্তমূলকভাৱে সফল হোৱা বুলি দাবী কৰিছে WHOৰ প্ৰধানে।

ইফালে চৰকাৰী তথ্যৰ মতে ধাৰাবী বস্তিত কোভিড১৯ত আক্ৰান্ত হৈ সুস্থ হোৱা ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে।

উল্লেখ্য যে, জুন মাহত বস্তিটোত দৈনিক গড়ে ৩৪ জন লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল। জুনৰ শেষলৈ এই সংখ্যা ১৮ লৈ হ্ৰাস হয়। ১০ জুলাইলৈকে এই সংখ্যা হ্ৰাস হৈ ১২ জন হৈছে।

দেশত ক’ৰ’নাক্ৰান্ত সংখ্যা দৈনিক অধ্যতিক হাৰত বৃদ্ধি পোৱাৰ বিপৰীতে ধাৰাবী বস্তিত প্ৰতিদিনে আক্ৰান্তৰ হাৰ নিম্নমুখী হৈছে।

ধাৰাবী বস্তিত বৰ্তমানলৈকে ক’ৰ’নাক্ৰান্তৰ সংখ্যা হৈছে ২,৩৫৯ আৰু ইয়াৰে ১,৯৫২ গৰাকী আক্ৰান্ত সুস্থ হৈ উঠাৰ বিপৰীতে ১৬৬ গৰাকী চিকিৎসাধীন হৈ আছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd