• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

দুবছৰীয়া শিশুকে ধৰি অৰুণাচলত নতুনকৈ ৩৩ গৰাকী লোক কোভিড-১৯ প’জিটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2020 6:09 pm
COVID19-positive-750x375-1

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুবছৰীয়া এগৰাকী শিশুকে ধৰি ৩৩ গৰাকী লোক অৰুণাচল প্ৰদেশত নতুনকৈ কোভিড-১৯ প’জিটিভ হিচাপে চিনাক্ত হৈছে।

অৰুণাচল প্ৰদেশৰ স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই শনিবাৰে এই কথা উল্লেখ কৰে।

Apply Now

ৰাজ্যখনত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ৩৩ গৰাকী লোকৰ ভিতৰত ২৮ গৰাকী লোক কেপিটেল কম্প্লেক্সৰ আনহাতে তিনিগৰাকী লোক চাংগাঙ জিলাৰ আৰু দুগৰাকী নামচাইৰ।

অৰুণাচলপ্ৰদেশৰ ৰাজ্যিক নিৰীক্ষণ বিষয়া ড০ এল জাম্মাই শনিবাৰে ৰাজ্যখনত এতিয়ালৈ দ্বিতীয় সৰ্বাধিক সংখ্যক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে বুলি জানিবলৈ দিয়ে।

৩ জুলাইত ৰাজ্যখনত ৩৭ গৰাকী লোক কোভিড-১৯ প’জিটিভ হিচাপে চিনাক্ত হৈছিল।

নাহৰলগুণৰ ই-চেক্টৰ কম্প্লেক্স ৰ এটা অট্টালিকাৰ একেলগে ১৪ গৰাকী লোক ক’ৰ’না পজিটিভ হোৱাৰ বিপৰীতে এই লোক সকলৰ সংস্পৰ্শলৈ অহা অন্য এটা অট্টালিকাৰ ১১ গৰাকী লোক পৰৱৰ্তী সময়ত কোভিড প’জিটিভ হিচাপে চিনাক্ত কৰা হয়।

বৰ্তমান অৰুণাচল প্ৰদেশৰ বিভিন্ন চিকিৎসালয়ত মুঠ ২১৩ গৰাকী ক’ৰ’না আক্ৰান্ত লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১২০ গৰাকী লোক এতিয়ালৈ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

আনহাতে, ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণত দুগৰাকী লোকৰ মৃত্যু ঘটিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ৪১.৩ কোটি অতিক্ৰম কৰিলে বাহনৰ সংখ্যাই : দেশত বলৱৎ হ’ব পাৰে নতুন পৰিবহন নীতি

ভাৰতত ৪১.৩ কোটি অতিক্ৰম কৰিলে বাহনৰ সংখ্যাই : দেশত বলৱৎ হ’ব পাৰে নতুন পৰিবহন নীতি

June 9, 2026 3:23 pm

Best PayID Casinos in Australia 2026: Top 5 Aussie Pokies Sites for Fast Withdrawals and Easy Deposits

June 9, 2026 3:13 pm
ছ’চিয়েল মিডিয়াত ঘৰ আৰু সোণ দেখুওৱাৰ ভয়ংকৰ পৰিণাম : ইউটিউবাৰৰ ঘৰত সোমাই দুৰ্বৃত্তই লুটি ল’লে ১০ লাখ টকাৰ সামগ্ৰী

ছ’চিয়েল মিডিয়াত ঘৰ আৰু সোণ দেখুওৱাৰ ভয়ংকৰ পৰিণাম : ইউটিউবাৰৰ ঘৰত সোমাই দুৰ্বৃত্তই লুটি ল’লে ১০ লাখ টকাৰ সামগ্ৰী

June 9, 2026 3:12 pm

Best PayID Pokies in Australia: Safe Options in 2026

June 9, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ৪১.৩ কোটি অতিক্ৰম কৰিলে বাহনৰ সংখ্যাই : দেশত বলৱৎ হ’ব পাৰে নতুন পৰিবহন নীতি

ভাৰতত ৪১.৩ কোটি অতিক্ৰম কৰিলে বাহনৰ সংখ্যাই : দেশত বলৱৎ হ’ব পাৰে নতুন পৰিবহন নীতি

June 9, 2026 3:23 pm

Best PayID Casinos in Australia 2026: Top 5 Aussie Pokies Sites for Fast Withdrawals and Easy Deposits

June 9, 2026 3:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd