• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিশা কাৰ্ফিউ ভাঙি মহিলা আৰক্ষীৰে কাজিয়া, গ্ৰেপ্তাৰ স্বাস্থ্য মন্ত্ৰীৰ পুত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2020 12:58 pm
2020_7image_23_00_285396631gujarat-ll
79.2k
VIEWS
Share on FacebookShare on Twitter

ক্ষমতাৰ ৰাগীত মতলীয়া হৈ কোনে কেতিয়া কি কৰে তাৰ  কোনো ঠিকনা নাই।  দেশৰ বিভিন্ন ৰাজ্যত এতিয়া একাংশ মন্ত্ৰী-বিধায়কৰ অঙহী-বঙহীৰ উৎপাতত বহুতে ত্ৰাহি মধুসূদন সুঁৱৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই সকল মন্ত্ৰী-বিধায়কৰ অঙহী-বঙহীয়ে দেশৰ আইন-কানুনক অৱজ্ঞা কৰি অৰাজক পৰিস্থিতিৰো সৃষ্টি কৰা দেখা গৈছে।

শেহতীয়াকৈ গুজৰাটত এগৰাকী মন্ত্ৰীৰ পুত্ৰই নিশা কাৰ্ফিউ ভংগ কৰি  ৰাজপথেৰে গাড়ী চলাই আৰক্ষীৰ ৰোষত পৰিবলগীয়া হোৱাৰ কথাই বেছ চৰ্চা লাভ কৰা দেখা গৈছে।

গুজৰাটৰ স্বাস্থ্য মন্ত্ৰী কুমাৰ কানানীৰ পুত্ৰ প্ৰকাশ কানানীয়ে চুৰাটৰ ৰাজপথেৰে নিশা  প্ৰায় ১০-৩০ বজাত তীব্ৰ বেগেৰে গাড়ী চলাই গৈ আছিল।

সেই সময়ত কৰ্তব্যৰত মহিলা আৰক্ষী  কনিষ্টবল সুনীতা যাদৱে মন্ত্ৰী পুত্ৰৰ গাড়ী খন ৰখায় আৰু কাৰ্ফিউ কিয় ভাঙিছে বুলি প্ৰশ্ন কৰে ।

মন্ত্ৰী কুমাৰ কানানীৰ পুত্ৰ প্ৰকাশ কানানীয়ে মহিলা আৰক্ষী  কনিষ্টবল সুনীতাৰ সৈতে তৰ্কত লিপ্ত হয় আৰু সুনীতাক ইচ্ছা কৰিলে  ৩৫৬ দিন বাটত থিয় কৰাই ৰাখিব পাৰে বুলি ভাবুকি দিয়ে।

ইয়াৰ পিছত মন্ত্ৰী পুত্ৰই ভাৰছা থানাত ফোন কৰাত তেওঁক এৰি দিবলৈ কোৱা হয়।

এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে গুজৰাট আৰক্ষীয়ে মন্ত্ৰী পুত্ৰৰ লগতে তেওঁৰ চাৰি সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয়।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd