• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত পুনৰ ৮ জনৰ ক’ভিড ১৯ পজিটিভ; সদ্য প্ৰয়াত আটাছু নেতা অশ্বিনী চেতিয়াৰ দুই ভাতৃ ক’ভিড ১৯পজিটিভ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 13, 2020 1:57 pm
IMG-20200710-WA0052

সদ্য প্ৰয়াত আটাছু নেতা অশ্বিনী চেতিয়াৰ শেষকৃত্যৰ সময়ত অন্যান্যসকলৰ লগতে উপস্থিত আছিল সাংসদ তপন গগৈ। ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন এক ভয়ংকৰ খবৰে জোঁকাৰি গৈছে শিৱসাগৰ। সদ্যপ্ৰয়াত আটাছুৰ প্ৰাক্তন মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াৰ দুই ভাতৃ মুকুল চেতিয়া আৰু প্ৰশান্ত চেতিয়াৰ ক’ভিড পজিটিভ পোৱা গৈছে।

৫ জুলাইত তেওঁলোক গুৱাহাটীৰ পৰা শিৱসাগৰলৈ আহিছিল আৰু ৭ জুলাইত তেওঁলোকে শ্বাৱ টেষ্ট কৰিছিল। আজি তেওঁলোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে।

Apply Now

অশ্বিনী চেতিয়াৰ অন্তোষ্টিক্ৰিয়াত আছিল তেওঁৰ দুই ভাতৃ আৰু অন্তোষ্টিক্ৰিয়াত সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, বিধায়ক কুশল দুৱৰী, জিলা উপায়ুক্ত, আৰক্ষীৰ বহু কেইজন উচ্চপদস্থ বিষয়াৰ লগতে বহু ব্যক্তি উপস্থিত আছিল।

চেতিয়াৰ অন্তোষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰা সকলো ব্যক্তিৰ শ্বাৱ টেষ্ট কৰিবলৈ আহ্বান জনাইছে শিৱসাগৰৰ স্বাস্থ্য বিভাগে।

আনহাতে, নিজে অন্তেষ্টিক্ৰিয়াত ভাগ লোৱা শৰীৰচৰ্চাবিদ বিজিত গগৈয়েও সকলোকে শ্বাৱ টেষ্ট কৰিবলৈ আহ্বান জনায়।

ইপিনে, শিৱসাগৰত আজি পুনৰ ৮ জনৰ শৰীৰত পোৱা গৈছে ক’ভিড পজিটিভ।

ইয়াৰে ভিতৰত শিৱসাগৰ সদৰ আৰক্ষী থানাৰ এগৰাকী বিষয়াৰ দেহতো পোৱা গৈছে ক’ভিড পজিটিভ। নৱ কুমাৰ দাস নামৰ আৰক্ষী বিষয়াজন আক্ৰান্ত হৈছে ক’ভিড পজিটিভত।

উল্লেখ্য যে এইগৰাকী আৰক্ষী বিষয়াৰ লগতে বাবুলি বাচফৰ নামৰ মহিলা গৰাকীৰো কোনো ভ্ৰমণ বৃত্তান্ত লাভ কৰা নাই স্বাস্থ্য বিভাগে।

অৱশ্যে, আৰক্ষী বিষয়া হিচাপে বিভিন্ন লোকৰ সংস্পৰ্শলৈ অহাৰ ফলত ক’ৰনা আক্ৰান্ত হব পাৰে বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে।

শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে প্ৰয়াত অশ্বিনী চেতিয়াৰ শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলক ৭০০২৭৬৭২৩০ (ডা:  দ্বিজেন কোঁচ)ৰ ফোন নম্বৰত যোগাযোগ কৰি স্বেচ্ছাই ক’ভিড-১৯ পৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছে।

Tags: COVID_19
পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd