• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাস্পতালত ভৰ্তি কৰি প্ৰকাণ্ড গৰিলাৰ ক’ৰ’না টেষ্ট : কি আহিল কোভিড১৯ৰ ৰিজাল্ট?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2020 4:14 pm
gorrila1

ফ'টোৰ উৎস, জু-মিয়ামি ফেইচবুক পেজ

23.5k
VIEWS
Share on FacebookShare on Twitter

এটা প্ৰকাণ্ড গৰিলা। ওজন প্ৰায় ১৯৬ কিলোগ্ৰাম। নাম তাৰ চানগ’।

এই প্ৰকাণ্ড গৰিলাটোৰ শৰীৰত কোভিড১৯ৰ উপস্থিতি নিশ্চিত কৰিবলৈ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে এখন চিকিৎসালয়ৰ চিকিৎসকে।

খবৰ অনুসৰি মিয়ামি ছিৰিয়াখানাত এটা ৩১ বছৰীয়া চানগ’ নামৰ গৰিলাটো নিজৰ পৰিয়ালৰ সদস্যৰ সতে যোৱা সংঘৰ্ষত আঘাতপ্ৰাপ্ত হয়।

ছিৰিয়াখানাৰ কৰ্তৃপক্ষই ৰক্তাক্ত আঘাতপ্ৰাপ্ত গৰিলাটো প্ৰত্যক্ষ কৰি এখন চিকিৎসালয়লৈ লৈ যায়।

চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত ১৯৬ কিলোগ্ৰামৰ প্ৰকাণ্ড আঘাতপ্ৰাপ্ত গৰিলাটোক চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ দলে যথেষ্ট কষ্ট আৰু সাহসিকতাৰে চিকিৎসা সম্পন্ন কৰে।

মানৱ শৰীৰত চিকিৎসা কৰাৰ দৰে গৰিলাটোকো চিকিৎসা সেৱা আগবঢ়াই চিকিৎসকসকলে।

গৰিলাটোৰ শৰীৰত এক্স-ৰে, আলট্ৰাছাউণ্ড, টিবি টেষ্ট কৰাৰ উপৰিও ক’ৰ’না টেষ্টো কৰা হয়।

আঘাতপ্ৰাপ্ত গৰিলাটোৰ দীৰ্ঘ চিকিৎসা আৰু শৰীৰৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত চিকিৎসকসকল নিশ্চিত হয় যে গৰিলাটোৰ শৰীৰৰ কোনো সাৰ ভঙা নাই।

চিকিৎসাৰ ফলত গৰিলাটোৰ শৰীৰৰ বাকী আঘাতসমূহো লাহে লাহে ভাল হৈ আহে।

আনহাতে গৰিলাটোৰ ক’ৰ’নাৰ ৰিজাল্টো নিগেটিভ আহে।

ইয়াৰ পিছতে চানগ’ নামৰ গৰিলাটোক ছিৰিয়াখানাৰ বাকী গৰিলাসমূহৰ পৰা দূৰত ৰখা হৈছে।

উল্লেখ্য যে, গৰিলাটোৰ চিকিৎসাৰ এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰি চ’ছিয়েল মিডিয়াত ভাইৰেল কৰা হৈছে।

Tags: COVID-19

Recent News

উত্তৰ পূবত ৮০,০০০ কোটি টকা বিনিয়োগৰ কথা ঘোষণা বেদান্ত গ্ৰুপৰ

উত্তৰ পূবত ৮০,০০০ কোটি টকা বিনিয়োগৰ কথা ঘোষণা বেদান্ত গ্ৰুপৰ

নিচাযুক্ত পানীয় খুৱাই এমবিবিএছৰ ছাত্ৰীক দলবদ্ধ ধ*ৰ্ষণ; মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ৩ সহপাঠী

নিচাযুক্ত পানীয় খুৱাই এমবিবিএছৰ ছাত্ৰীক দলবদ্ধ ধ*ৰ্ষণ; মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ৩ সহপাঠী

আৰক্ষীৰ জালত আলফা(স্বা)ৰ দুধৰ্ষ কেডাৰ ৰূপম অসম

আৰক্ষীৰ জালত আলফা(স্বা)ৰ দুধৰ্ষ কেডাৰ ৰূপম অসম

বৃহৎ আইনী জয় হাৰ্ভাৰ্ডৰ! ট্ৰাম্পৰ বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বন্ধ কৰাৰ সিদ্ধান্তত স্থগিতাদেশ

বৃহৎ আইনী জয় হাৰ্ভাৰ্ডৰ! ট্ৰাম্পৰ বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বন্ধ কৰাৰ সিদ্ধান্তত স্থগিতাদেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd