• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোভিড ৰোগীৰ চিকিৎসাৰ নামত GMCHত চলিছে কি? : কোভিড কক্ষৰ পৰা কৃষক নেতা ধৈৰ্য কোঁৱৰৰ বিস্ফোৰক পত্ৰ

কষ্টত আছোঁ, বৰ কষ্টত : ধৈৰ্য কোঁৱৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 16, 2020 2:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

GMCH ৰ কোভিড কক্ষৰ পৰা কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰৰ চিঠি।

চিঠিখনত উল্লেখ আছে প্ৰকৃততে কি হৈ আছে Covid চিকিৎসাৰ নামত।

Apply Now

“GMCH ৰ কভিড-১৯ৰ বিছনাত। আজি প্ৰচণ্ড জ্বৰ, বমি আৰু মূৰ বিষ হৈছে। গোটেই দিনটো বিছনাৰ পৰা উঠিব পৰা নাই। কৰ্তব্যৰত চিকিৎসকক কলো – সবিশেষ বিৱৰি।” চিঠিখনৰ প্ৰথম অংশত এইদৰে উল্লেখ কৰিছে।

তেওঁ লগতে লিখি কয় “চিকিৎসক গৰাকীয়ে ক’লে – ‘ পেৰাচিতাম’ল (paracetamol tablets)খোৱা।’ এতিয়ালৈকে সুফল পোৱা নাই।”

“অথচ GMCHৰ অধীক্ষকে সংবাদ মাধ্যমক সম্বোধন কৰি কৈছে ‘আমি সুস্থিৰ’। এইয়াই ৰাজনীতি। সঠিক খবৰ নোলোৱালৈকে GMCHৰ অধীক্ষকে কেনেকৈ ক’ব পাৰিলে আমি সুস্থিৰ বুলি। এইয়া ঘৃণনীয় ৰাজনীতি নহয় জানো? কষ্টত আছোঁ, বৰ কষ্টত।”

ইপিনে, সকলো কোভিড ৰোগীৰ বাবে উমৈহতীয়া লেট্ৰিন, বাৰ্থৰুম দিয়া বুলি উল্লেখ কৰি তেওঁ লিখি কয়, “কভিড ১৯ৰ পৰা নিৰাময় হোৱাতকৈ, সংক্ৰমণহে অধিক হয় বুলি বেছি ভয় হৈছে। এই কেইদিন খুব ওচৰৰ পৰা স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপ দেখিলোঁ।”

“স্বাস্থ্য মন্ত্ৰীয়ে টি ভিত কৈ থকাৰ দৰে কথাবোৰ নহয়। এক বিৰাট প্ৰহসন। কোভিড-১৯ৰ ৰোগীক গৰম পানী লাগে। গৰম পানী কৰিবলৈ ইয়াত কেটলি এটাও বিচাৰি নাপাওঁ। যথেষ্ট উদিগ্নতাত আছোঁ। এইদৰে বাহিৰত অসমৰ ৰাইজে আমাৰ বাবে সাহ হৈছে।” চিঠিখনত উল্লেখ কৰি ধৈৰ্য কোঁৱৰে কয়।

অৱশ্যে, চিঠিখনৰ তাৰিখ ১২ জুলাই বুলি উল্লেখ আছে যদিও আজি পুৱাৰ ভাগতহে কৃষক মুক্তিৰ সদস্যৰ হাতত পৰাহি বুলি তেওঁলোকে জানিবলৈ দিয়ে।

চিঠিখনৰ সত্য সত্যতা কিমান আছে সেয়া নৰ্থ ইষ্ট নাওৱে নিৰূপণ কৰা নাই।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm
শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

June 18, 2026 12:38 pm
মালদাৰ মোথাবাৰী কাণ্ড: মাত্ৰ দুমাহৰ ভিতৰত এন আই এক তদন্ত শেষ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

৬৯ লোকৰ প্ৰাণ কাঢ়ি নিয়া বোৱাবজাৰ বিস্ফোৰণৰ দোষীক মুক্তিঃ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ বংগ চৰকাৰ

June 18, 2026 12:36 pm
গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

June 18, 2026 12:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm
শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

June 18, 2026 12:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd