• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমচাং বন্যপ্ৰাণী অভয়াৰণ্যত পুনৰ কাইলৈৰ পৰা উচ্ছেদ অভিযান

by
November 26, 2017 9:01 am
229
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ দাঁতিতে থকা আমচাং বন্যপ্ৰাণী অভয়াৰণ্যত কাইলৈৰ পৰা উচ্ছেদ অভিযান পুনৰ আৰম্ভ হ’ব। এই কথা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে। উল্লেখযোগ্য যে যোৱা ২৫ আগষ্টৰ পৰা অভয়াৰণ্যখনত উচ্ছেদ অভিযান চলোৱা হৈছিল যদিও কিছু ভুক্তভোগীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰাত উচ্ছেদ অভিযান আধৰুৱাকৈ বন্ধ ৰাখিব লগীয়া হৈছিল। কিন্তু শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অভয়াৰণ্যখনত উচ্ছদ চলাবৰ বাবে প্ৰশাসনক সম্পূৰ্ণ বাট মুকলি কৰি দিয়ে। কাইলৈৰ পৰা চলিব লগীয়া উচ্ছেদ অভিযানৰ বাবে সঠিক কৌশলৰ আলোচনা কৰিবৰ বাবে কালি পাঞ্জাবাৰীৰ শিল্পগ্ৰামত জিলা প্ৰশাসন, বন বিভাগ আৰু অসম আৰক্ষীৰ এক উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত হয়। উচ্ছেদ অভিযানৰ বাবে পৰ্য্যাপ্ত সংখ্যক আৰক্ষী, কৰ্মী, হাতী, বুলডজাৰ সাজু কৰা বুলিও জানিব পৰা গৈছে। উল্লেখযোগ্য যে বনাঞ্চলখনত বসতি স্থাপন কৰা লোকসকল ঘাইকৈ বান, গৰাখহনীয়া আদিত ভেটি হেৰুওৱা কাৰ্বি, মিচিং, ডিমাচা, বড়ো, ৰাভা আদি জনগোষ্ঠীৰ বুলি জানিব পৰা গৈছে। আনহাতে প্ৰশাসনৰ এই উচ্ছেদৰ সিদ্ধান্তটোৰ তীব্ৰ বিৰোধিতা কৰিছে বহুকেইটা দল-সংগঠনে। সদৌ অসম মিচিং ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিও তাৰ মাজত আছে। উচ্ছেদ অভিযানৰ সিদ্ধান্তটোৰ প্ৰতিবাদত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক ধৰ্ণা কাৰ্য্যসূচী লয়, য’ত বহু সংখ্যক স্থানীয় লোকে অংশ গ্ৰহণ কৰে।

Recent News

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

ইজৰাইল-ইৰাণৰ সংঘাতৰ বাবে তেহৰাণৰ পৰা কুমলৈ স্থানান্তৰিত কৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক

ইজৰাইল-ইৰাণৰ সংঘাতৰ বাবে তেহৰাণৰ পৰা কুমলৈ স্থানান্তৰিত কৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক

সাংসদ অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাকলৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

সাংসদ অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাকলৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd