• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশু আশ্ৰয় গৃহত অনলাইন শিক্ষাৰ ওপৰত জোৰ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

শিশু গৃ্হত অনলাইন পাঠদান সন্দৰ্ভত ২৯ জুলাইৰ ভিতৰত প্ৰতিবেদন দিয়াৰ নিৰ্দেশ অসমক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 7:56 pm
SC stresses on online classes for children in shelter homes
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে শিশু আশ্ৰয় গৃহত অনলাইন শিক্ষাৰ ওপৰত জোৰ দিছে।

শিশু আশ্ৰয় গৃহত ক’ভিড-১৯ৰ সংক্ৰমণ সন্দৰ্ভত ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা এক গোচৰৰ শুনানিত বুধবাৰে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে।

Apply Now

ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ অধ্যক্ষতাত এক বিচাৰপীঠে শিশু গৃহসমূহত অনলাইন শিক্ষা দিয়াৰ বাবে ৰাজ্যসমূহে লোৱা পদক্ষেপ সন্দৰ্ভত এক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে।

গোচৰটোৰ এমিকাছ কিউৰিয়াই গৌৰৱ আগৰৱালাই ন্যায়ালয়ক কয় যে অসমত লকডাউনৰ আৰম্ভণিতে ২৪০০ শিশু শিশু যতন প্ৰতিষ্ঠানসমূহত আছিল, কিন্তু এতিয়া সেই সংখ্যা হৈছে ১৮০০ (।)

“৫০০ শিশুক মুকলি কৰি দিয়া হ’ল। তেওঁলোকক যদি চিকিৎসা বা শিক্ষাৰ সুবিধা লাগে মুকলি কৰি দিয়াসকলৰ খবৰ ৰখাৰ (follow up)ৰ প্ৰয়োজন। অসম ৰাজ্যৰ পুঁজি যোগান স্পষ্ট নহয়,” আগৰৱালাই কয়।

ইয়াৰ প্ৰত্যুত্তৰত অসমৰ অধিবক্তা দীক্ষা ৰায়ে কয় যে মুকলি কৰি দিয়া শিশুসকলৰ খবৰ ৰখাটো লকডাউনৰ বাবে কঠিন হৈ পৰিছে।

বেছিভাগ শিশুৱে ভিতৰুৱা এলেকালৈ যোৱাটোও এক কাৰণ হিচাপে অসমৰ অধিবক্তাই দৰ্শায়।

শুনানিত ন্যায়াধীশ ৰাৱে অসমৰ অধিবক্তাগৰাকীক প্ৰশ্ন কৰে কিয় ৰাজ্যই প্ৰয়োজনীয় সঁজুলিসমূহৰ ব্যৱস্থা কৰি শিশু যতন গৃহসমূহত অনলাইন শিক্ষা দিব পৰা নাযায়?

বিচাৰপীঠখনে শিশু গৃ্হত অনলাইন ক্লাছ দিয়া সন্দৰ্ভত ২৯ জুলাইৰ ভিতৰত এক প্ৰতিবেদন দিয়াৰ বাবে অসম ৰাজ্যক নিৰ্দেশ দিয়ে।

ন্যায়ালয়ে লগতে কয় যে ইয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব।

ন্যায়ালয়ে আন ৰাজ্যসমূহকো এই সন্দৰ্ভত যাৱতীয় নিৰ্দেশ দিয়ে আৰু কয় যে পৰৱৰ্তী শুনানিত বিষয়টোৰ ক্ষেত্ৰত কেন্দ্ৰৰ সহযোগিতা বিচৰা হ’ব।

কেন্দ্ৰৰ পৰা এই সহায় নিৰ্দিষ্টভাৱে পুঁজিৰ দিশত হ’ব, বিচাৰপীঠখনে কয়।

ন্যায়ালয়ে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ২১ জুলাই ধাৰ্য্য কৰে। সেই শুনানিত বাকী ৰাজ্যসমূহক শুনা হ’ব।

চেন্নাইত ৩৫গৰাকী শিশু ক’ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ খবৰ ওলোৱাৰ পিছতে সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টোৰ নিজাববীয়া গোচৰ লৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd