• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তপ্ত কাশ্মীৰত সেনাৰে সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2020 11:39 am
encounter 021
698
VIEWS
Share on FacebookShare on Twitter

অশান্ত কাশ্মীৰত শুকুৰবাৰে পুৱাই সেনাই নিধন কৰিলে তিনিজনকৈ পাকিস্তানী সন্ত্ৰাসবাদীক। ইয়াকে লৈ মাত্ৰ এটা সপ্তাহৰ ভিতৰত কাশ্মীৰত নিহত পাক সন্ত্ৰাসবাদীৰ সংখ্যা আঠ জন হ’লগৈ।

ভাৰতীয় সেনাৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে পুৱা পাক সন্ত্ৰাসবাদীৰ এটা দলে কাশ্মীৰৰ কুলগাম অঞ্চলৰ নাগনাদত বাহৰ পতাৰ খবৰ পোৱাৰ পিছতে সেনাৰ এটা দলে উক্ত অঞ্চললৈ যায় আৰু সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান আৰম্ভ কৰে।

সেনাৰ উপস্থিতিৰ উমান পোৱাৰ পিছতে সন্ত্ৰাসবাদীয়ে সেনাক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।

প্ৰত্যুত্তৰত সেনাই গুলীবৰ্ষণ কৰাত দুয়ো পক্ষৰ মাজত বহু সময় ধৰি সংঘৰ্ষ চলি থাকে।

এই সংঘৰ্ষত ভাৰতীয় সেনাৰ তিনিজন জোৱান আহত হয় বুলি জানিব পৰা গৈছে।

সংঘৰ্ষস্থলীৰ পৰা পিছত সেনাই তিনিজন সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

সংঘৰ্ষ চলি থকাৰ সময়তে বহু কেইজন সন্ত্ৰাসবাদীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

সেনাই পলাতক সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

সেনাই প্ৰকাশ কৰা তথ্য অনুসৰি নিহত সন্ত্ৰাসবাদী কেইজন পাকিস্তানৰ জইছ ই মহম্মদৰ সদস্য বুলি নিশ্চিত কৰা হৈছে।

মৃত সন্ত্ৰাসবাদী কেইজনৰ পৰা কিছু অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছে।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd