• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুঁজিৰ অভাৱৰ কাৰণে আগবঢ়াব পৰা নাই উন্নয়নমূলক কাম-কাজ : সৰ্বানন্দ সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 1, 2018 9:02 am
Chief Minister Sarbananda Sonowal

ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুঁজিৰ অভাৱৰ কাৰণে অসমত উন্নয়নমূলক কাম-কাজ ৰূপায়ণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে, এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

কালি নতুন দিল্লীত বি জে পি শাসিত ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰী আৰু উপ-মুখ্য মন্ত্ৰীসকলক লৈ আয়োজন কৰা বৈথকত অংশগ্ৰহণ কৰি সোণোৱালে এই মন্তব্য কৰে।

Apply Now

উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনলৈ আৰু এটা বছৰ বাকী থকা অৱস্থাত নতুন ৰণনীতি তৈয়াৰ কৰাৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত দীনদয়াল উপাধ্যায় মাৰ্গস্থিত দলটোৰ কাৰ্যালয়ত এক গুৰুত্বপুৰ্ণ বৈথকৰ আয়োজন কৰা হৈছিল।

সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হোৱা উক্ত বৈঠকত প্ৰধান মন্ত্ৰীৰ নিৰ্দেশমৰ্মে মুঠ ১৪ জন মুখ্য মন্ত্ৰীয়ে তেওঁলোকৰ ৰাজ্যসমূহত কৰা উন্নয়নমূলক কাম-কাজৰ এক প্ৰতিবেদন দাখিল কৰিছিল।

এক সূত্ৰৰ পৰা পোৱা প্ৰাপ্ত তথ্য মতে, নিজ প্ৰতিবেদনত অসমৰ মুখ্য মন্ত্ৰী সোণোৱালে পুঁজিৰ অভাৱৰ কথা উল্লেখ কৰাৰ লগতে ‘মদী কেয়াৰ’ৰ অন্ত্ৰৰ্গত দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে কেন্দ্ৰৰ স্বাস্থ্য বীমা আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক ৪০ শতাংশ পুঁজিৰ ক্ষেত্ৰত অসমৰ অসুবিধা হৈছে বুলি সদৰী কৰে।

সূত্ৰৰটোৰ মতে, তেওঁ উক্ত আঁচনিৰ ক্ষেত্ৰত অসমক অতিৰিক্ত পুঁজিৰ প্ৰয়োজন আছে বুলিও নিজৰ প্ৰতিবেদনখনত উল্লেখ কৰে।

উল্লেখযোগ্য যে ২০১৩ চনত শাসনলৈ অহাৰ পিছৰে প্ৰতেক বছৰে বি জে পি শাসিত ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰী আৰু উপ-মুখ্য মন্ত্ৰীসকলক লৈ প্ৰধান মন্ত্ৰীয়ে বৈঠক আয়োজন কৰি আহিছে।

এইবাৰৰ বৈঠকত ১৪ জন মুখ্য মন্ত্ৰীৰ লগতে ৬ জন মুখ্য মন্ত্ৰীয়ে অংশ লৈছিল।

কেন্দ্ৰৰ অভিলাষী আঁচনি সমূহৰ ৰূপায়ন, বুথ পৰ্যায়ত সংগঠনৰ কাৰ্যকলাপকে ধৰি মুঠ ৫ টা বিষয়ত প্ৰধান মন্ত্ৰীজনে মুখ্য মন্ত্ৰীসকলৰ পৰা সবিশেষ বিচাৰে বুলি জানিব পৰা গৈছে।

আনহাতে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহেও বুথ পৰ্যায়ত দলৰ সাংগঠনিক ভেটি সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়ে বুলি জানিব পৰা গৈছে।

বৈঠকত প্ৰধান মন্ত্ৰী, সভাপতি অমিত শ্বাহৰ উপৰি ৰাজনাথ সিং, সুষমা স্বৰাজ, নীতীন গাডকাৰি, ৰাম লালকে অদিকে বহুকেইজন শীৰ্ষ নেতা উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd