• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Jioই বন্ধ কৰিলে আটাইতকৈ সস্তা দুটাকৈ জনপ্ৰিয় প্লেন; বাকী সস্তাৰ আকৰ্ষণীয় প্লেনকেইটা চাওক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2020 8:28 am
jio-1-new
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জিঅ’ৰ গ্ৰাহকসকলৰ বাবে এক বেয়া খৱৰ! কোম্পানীটোৱে ইয়াৰ আটাইতকৈ সস্তা দুটাকৈ প্লেন বাতিল কৰিছে।

গ্ৰাহকৰ মাজত জনপ্ৰিয় উক্ত প্লেন দুটা হ’ল ৪৯ আৰু ৬৯টকাৰ প্লেন।

Apply Now

এই প্লেন দুটাত জিঅ’ই গ্ৰাহকক ক্ৰমে  ১৪দিন আৰু ২৪দিনৰ ভেলিডিটি আগবঢ়াইছিল।

বৰ্তমান জিঅ’ৰ প্লেনসমূহৰ ভিতৰত গ্ৰাহকৰ বাবে আটাইতকৈ সস্তাৰ প্লেন থাকিল ৭৫টকাৰ প্লেন।

জিঅ’ৰ ৭৫টকাৰ প্লেনৰ ম্যাদ ২৮দিন। ইয়াত গ্ৰাহকে মুঠ ৩ জিবি ডাটা আৰু ৫০টা এছএমএছ বিনামূলীয়াকৈ ব্যৱহাৰ কৰাৰ সুযোগ লাভ কৰে।

তদুপৰি, জিঅ’ৰ জিঅলৈ আনলিমিটেড কল তথা জিঅ’ৰ পৰা আন নেটৱৰ্কলৈ ৫০০মিনিট কলৰ সুবিধা দিয়া হৈছে।

সেইদৰে, জিঅ’ৰ ১২৫টকাৰ প্লেনত গ্ৰাহকে মুঠ ১৪জিবি ডাটা আৰু ৩০০টা এছএমএছ পঠাব পাৰে। এই প্লেনৰ ম্যাদ ২৮দিন।

ইয়াতো গ্ৰাহকে জিঅ’ৰ জিঅলৈ আনলিমিটেড কল তথা জিঅ’ৰ পৰা আন নেটৱৰ্কলৈ ৫০০মিনিট কলৰ সুবিধা লাভ কৰিব।

জিঅ’ৰ ১৫৫টকাৰ প্লেনত আকৌ জিঅ’ৰ পৰা লেণ্ডলাইনলৈ আনলিমিটেড কল কৰাৰ সুবিধা দিয়া হৈছে। তদুপৰি, গ্ৰাহকে লাভ কৰিব আন নেটৱৰ্কলৈ ৫০০ মিনিট কল কৰাৰ সুবিধা।

এই প্লেনত গ্ৰাহকে দিনে ১০০ এছএমএছ আৰু লগতে ২৮জিবি ডাটা লাভ কৰিব।

আনহাতে, জিঅ’ৰ আন এটা সস্তা তথা আকৰ্ষণীয় প্লেন হৈছে ১৮৫টকাৰ প্লেন। ইয়াত গ্ৰাহকে প্ৰতিদিনে ২জিবি ডাটাৰ লগতে ১০০টা এছএমএছ কৰাৰ সুবিধা পাব। এই প্লেনত ২৮দিনৰ ম্যাদৰ লগতে মুঠ ৫৬জিবি ডাটা লাভ কৰিব গ্ৰাহকে।

এই প্লেনতো জিঅ’ৰ পৰা জিঅ’লৈ তথা জিঅ’ৰ পৰা লেণ্ডলাইনলৈ আনলিমিটেড কল কৰাৰ সুবিধা দিয়া হৈছে। সেইদৰে, গ্ৰাহকে লাভ কৰিব আন নেটৱৰ্কলৈ ৫০০ মিনিট কল কৰাৰ সুবিধা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd