• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোমৰফাক! পাকিস্তানৰ পৰা টকা লৈ ভাৰতৰ বিৰোধিতা ব্ৰিটিছ সাংসদৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2020 11:12 am
13.6k
VIEWS
Share on FacebookShare on Twitter

টকাত ঘূৰিছে ভূমণ্ডল। টকাৰে যেন এতিয়া নৈতিকতা,সততা সকলো কিনিব পৰা হৈছে।

অৱশ্যে বহুতৰে ক্ষেত্ৰত কথাষাৰ প্ৰযোজ্য নহ’লেও এগৰাকী ব্ৰিটিছ সাংসদৰ ক্ষেত্ৰত যেন কথাষাৰ খাজে-খাপে মিলি গৈছে।

ব্ৰিটিছ সাংসদ গৰাকী হৈছে লেবাৰ পাৰ্টীৰ সাংসদ ডেবি আব্ৰাহাম।

অভিযোগ উঠা অনুসৰি এই গৰাকী ব্ৰিটিছ সাংসদে পাকিস্তানৰ পৰা টকা লৈ তীব্ৰ ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰিছে।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ১৭ তাৰিখে ডেবি আব্ৰাহাম আহিছিল ভাৰতলৈ।

কিন্তু ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰাৰ বাবে তেওঁক দিল্লীৰ বিমান বন্দৰৰ পৰাই পুনৰ ওভতাই পঠিওৱা হৈছিল ব্ৰিটেইনলৈ।

ডেবি পিছে উভতি যোৱা নাছিল ব্ৰিটেইনলৈ।

ইয়াৰ বিপৰীতে ১৮ফেব্ৰুৱাৰীত তেওঁ গৈছিল পাকিস্তানলৈ।

ডেবি অল পাৰ্টী পাৰ্লিয়ামেন্টৰী গ্ৰুপ অন কাশ্মীৰৰ নেতৃত্বত থকা ব্যক্তি।

সেয়ে কাশ্মীৰত ভাৰতে ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘন কৰা বুলি তেওঁ বিশ্বক পতিয়ন নিয়াব বিচাৰি আহিছে।

শেহতীয়াকৈ সংবাদ মাধ্যমে ফাদিল কৰা তথ্য অনুসৰি ডেবিয়ে পাকিস্তান ভ্ৰমণৰ বাবদ পাক চৰকাৰৰ পৰা লৈছে ১৭ হাজাৰ ৯১৭ মাৰ্কিন ডলাৰ।

ইয়াৰ বিনিময়ত ডেবিয়ে কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ সুৰতে সুৰ মিলাই কথা কৈ আহিছে।

ভাৰতৰ সৈতে বৰ্তমান ব্ৰিটেনৰ সম্পৰ্ক মধুৰ।

ইমানৰ পিছতো দেশখনৰ এগৰাকী সাংসদে এনে স্থিতি গ্ৰহণ কৰাত এতিয়া আচৰিত হৈছে সকলোৱে।

Recent News

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd