• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৱাৰেণ বাফেটক চেৰ পেলাই বিশ্বৰ ধনী ব্যক্তিৰ পঞ্চম স্থানত মুকেশ আম্বানী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2020 8:12 pm
mukesh ambani
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৈল খণ্ডৰ পৰা আৰম্ভ কৰি টেলিকম খণ্ডলৈ সমানে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানী বিশ্বৰ পঞ্চম স্থানত থকা ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছে।

বিশ্ব বিখ্যাত আলোচনী ফ’ৰ্বছে প্ৰকাশ কৰা বিশ্ব ধনী ব্যক্তিৰ তালিকাত পঞ্চম স্থানত থকা মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭৫ বিলিয়ন মাৰ্কিন ডলাৰ।

Apply Now

ভাৰতীয় মুদ্ৰাৰ হিচাপত এই ধনৰ পৰিমাণ প্ৰায় ৫,৬১ লাখ কোটি টকা।

মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ পূৰ্বতকৈ ৪.৪৯ শতাংশ বৃদ্ধি পাইছে।

আম্বানীয়ে মাৰ্কিন উদ্যোগপতি ৱাৰেন বাফেটক চেৰ পেলাবলৈ সক্ষম হৈছে। বাফেটৰ সম্পত্তিৰ পৰিমাণ ৭২.২ বিলিয়ন মাৰ্কিন ডলাৰ

১৮৫.৮ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ সম্পত্তিৰে তালিকাৰ প্ৰথম স্থান অধিকাৰ কৰিছে আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজছে।

তালিকাৰ চতুৰ্থ স্থানত থকা ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গৰ সম্পত্তিৰ পৰিমাণ হৈছে ৮৯ বিলিয়ন মাৰ্কিন ডলাৰ।

কিছুদিন পূৰ্বে ব্লুমবাৰ্গে প্ৰকাশ কৰা অৰ্থনৈতিক সমীক্ষাত  চিলিকন ভেলীৰ সম্ৰাট ইলন মাস্ক,এলফাবেট ইন্টাৰনেছনেলৰ প্ৰতিষ্ঠাপক ছাৰ্গে ব্ৰিন আৰু লেৰী পেজক চেৰ পেলাই সম্পত্তিৰ দিশৰ পৰা বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তিৰ তালিকাৰ ষষ্ঠ স্থানত  আৰোহণ কৰিছিল ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানীয়ে।

ব্লুমবাৰ্গে প্ৰকাশ কৰা অৰ্থনৈতিক সমীক্ষাত  প্ৰকাশ পোৱা অনুসৰি মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৭২.৪ বিলিয়ন।

ইয়াৰ বিপৰীতে লেৰী পেজৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭১.৬ বিলিয়ন।বিশ্বৰ এগৰাকী ধনী ব্যক্তি ইলন মাস্কৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬৮.৬ বিলিয়ন।

ৱাৰেন বাফেটৰ সম্পত্তিৰ পৰিমাণ শেহতীয়াকৈ কিছু কমিছে ।

বিশেষকৈ তেওঁ দাতব্য প্ৰতিষ্ঠানক ২.৯ বিলিয়ন মাৰ্কিন ডলাৰ দান কৰাৰ পিছত তেওঁৰ সম্পত্তিৰ পৰিমাণ কিছু হ্ৰাস পায়।

ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানীয়ে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই তেওঁৰ কোম্পানীটোক আগুৱাই নিয়া বুলি ব্লুমবাৰ্গৰ সমীক্ষাত কোৱা হৈছে।

ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজে শেহতীয়াকৈ ই-কমাৰ্চৰ বিষয়ত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।সেই বাবেই কোম্পানীটোৱে বিপুল পৰিমাণৰ লাভ অৰ্জন কৰিবলৈ সমৰ্থ হোৱা বুলি ব্লুমবাৰ্গৰ সমীক্ষাত প্ৰকাশ।

ইয়াৰ পূৰ্বেও ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানীয়ে বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তিৰ তালিকাত স্থান লাভ কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

September 12, 2026 7:50 am
৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

September 12, 2026 7:50 am
৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd