• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষী সেৱা মনোবৃত্তিৰ হ’ব লাগিব, বছগিৰী মনোবৃত্তিৰ হ’লে নহ’ব: ডিজিপি

ভৰলুৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 24, 2020 5:29 pm
Assam police to construct modern residential complex for its personnel in Bokakhat

ডি জি পি ভাস্কৰজ্যোতি মহন্ত।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই মহানগৰীৰ ভৰলুত বৃহস্পতিবাৰে শাৰীৰিকভাৱে অক্ষম ১৭ বছৰীয়া এজন কিশোৰক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে।

“অসম আৰক্ষী সেৱা মনোবৃত্তিৰ হব লাগিব, বছগিৰী মনোবৃত্তিৰ হ’লে নহ’ব,” অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হোৱা এক সংবাদমেলত এই মন্তব্য কৰে সঞ্চালকপ্ৰধানগৰাকীয়ে৷

সমগ্ৰ ঘটনাত আৰক্ষীৰ ভুল থকাৰ কথা স্বীকাৰ কৰি সঞ্চালকপ্ৰধানগৰাকীয়ে অসম আৰক্ষীক ভুল নুবুজিবলৈ ৰাইজক আহ্বান জনায়।

মহন্তই কয়, “এয়া বিচ্যুতি৷ এয়া অসম পুলিচৰ চৰিত্ৰ নহয়৷ জ্যেষ্ঠ বিষয়াসকল গৈছে আৰু আমাৰ ফালৰ পৰা ভুলতো হৈছে সেয়া স্বীকাৰ কৰিছে৷ মহানগৰৰ আৰক্ষী আযুক্তই এই বিষয়ৰ অনুসন্ধানৰ দায়িত্ব দিছে আৰু অনুসন্ধান চলিব।”

আনহাতে অসম আৰক্ষীয়ে শিশু মিত্ৰৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা সন্দৰ্ভতো তেওঁ উল্লেখ কৰে।

“শিশুৰ পৰা হোৱা অপৰাধ বাঢ়িব ধৰিছে৷ অসম আৰক্ষীয়ে শিশু মিত্ৰৰ গৱেষণা কেন্দ্ৰৰ ব্যৱস্থা কৰিছে। শিশুৰ সম্পৰ্কীয় অপৰাধসমূহৰ যাতে উচিত তদন্ত হয়, তাৰ বাবে এই কেন্দ্ৰ স্থাপন কৰা হৈছে। শিশু সকলৰ নিৰাপত্তাৰ কাৰণে,উন্নতিৰ কাৰণে ন্যায়ৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী৷ শিশু মিত্ৰৰ গৱেষণা কেন্দ্ৰই এই ক্ষেত্ৰত উপযুক্ত ভূমিকা গ্ৰহণ কৰিব,” মহন্তই কয়৷

যদি ইয়াৰ পিছত কোনো আৰক্ষী বা বিষয়াই যদি এনেধৰণৰ কাণ্ড কৰে তেনেহলে আৰক্ষী বিষয়া বা জোৱানজনৰ বিৰুদ্ধে বাধ্যতামূলকভাৱে শিশু সুৰক্ষাৰ প্ৰশিক্ষণ দিয়া হ’ব বুলি কয় মহন্তই৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

August 16, 2025 1:35 pm
স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

August 16, 2025 1:28 pm
ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

August 16, 2025 12:06 pm
গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

August 16, 2025 1:35 pm
স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

August 16, 2025 1:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd