• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী ৰাজনীতিৰ উত্তাপ: অগপ এৰি নতুন দললৈ বৃন্দাবন গোস্বামী! তেজপুৰত কোন হ’ব বিজেপি প্ৰাৰ্থী?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2020 12:37 pm
30-08-15-Nagaon-Brindaban-Goswami-and-Rockibul-address-media-2-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাৰ সংকটৰ মাজতে ৰাজ্যত আগন্তুক বিধানসভাৰ নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা আৰম্ভ হৈছে।

সামাজিক দূৰত্ব বজাই ৰাখি সামাজিকভাৱে নেতৃত্বৰ দৌৰত অৱতীৰ্ণ হৈছে বিভিন্ন সমষ্টিৰ দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল।

Apply Now

ইয়াৰ মাজতে ৰাজ্যখনৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি, অসমৰ সাংস্কৃতিক জগতৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত তেজপুৰতো ৰাজনৈতিক কুচকাৱাজ আৰম্ভ হৈছে।

সূত্ৰসমূহৰ মতে, আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে তেজপুৰ সমষ্টিতো অগপক এৰি নিদিয়াৰ সম্ভাৱনাই অধিক।

এনে পৰিস্থিতি তেজপুৰৰ বৰ্তমান বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী তথা অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীয়েও নতুন ৰাজনৈতিক বিকল্পৰ সন্ধান কৰিছে।

জানিব পৰা মতে, বৃন্দাবন গোস্বামী আছুৰ নেতৃত্বত গঠন হ’বলগীয়া ৰাজনৈতিক দলটোলৈ যোৱাটো প্ৰায় নিশ্চিত হৈছে।

তেজপুৰ সমষ্টিত এগৰাকী বলিষ্ঠ আঞ্চলিক জাতীয়তাবাদী নেতা হিচাপে বৃন্দাবন গোস্বামীৰ বাবে সেয়া অৱশ্যেই উপযুক্ত বিকল্প হ’ব।

আনহাতে, সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰয়াসীৰ তালিকাখনো কিছু দীঘলীয়া।

জানিব পৰা মতে, তেজপুৰত বিজেপিৰ প্ৰাৰ্থিত্ব লাভৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰা নেতসকলৰ ভিতৰত প্ৰাক্তন জিলা সভাপতি তথা বৰ্তমান এমট্ৰনৰ উপাধ্যক্ষ ৰিতুবৰণ শৰ্মা আৰু প্ৰাক্তন জিলা সভাপতি ডাঃ বীৰেন কুমাৰ নাথ অন্যতম।

তদুপৰি, প্ৰাৰ্থিত্বৰ দৌৰত আছে ক্ৰমে পুষ্পা ডেকা, মধুস্মিতা ডেকা, হিৰণ্য ভূঞা,  দিপক শইকীয়া, জিতেন বৰঠাকুৰ, অমিতাভ শইকীয়া, মুনিন চন্দ্ৰ বৰুৱা, কমল কলিতা, শ্যামন্ত শইকীয়া, স্বপ্না বনিয়া, ত্ৰিদীপ কলিতা, প্ৰমোদ নাথ, আৰু দিলীপ নাথ।

অসমীয়া জাতীয়তাবাদৰ পৃষ্ঠভূমি হিচাপে বিবেচিত তেজপুৰ সমষ্টিত নেপালী সম্প্ৰদায়ৰ পৰা অহা নেতা ৰিতুবৰণ শৰ্মাৰ প্ৰাৰ্থিত্ব লাভৰ আশা ক্ষীণ।

ইয়াৰ বিপৰীতে শৰ্মাক নেপালী অধ্যুষিত বৰচলা বা ঢেকিয়াজুলিত প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে।

সূত্ৰসমূহৰ মতে, বৰচলা সমষ্টিৰ বৰ্তমানৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে সমষ্টিৰ উন্নয়নৰ বাবে বিশেষ কাম কৰিব পৰা নাই বুলি অভিযোগ আছে।

সেয়েহে, আগন্তুক বিধানসভাৰ নিৰ্বাচনত সমষ্টিটোত ৰিতুবৰণ শৰ্মাক প্ৰাৰ্থিত্ব দিয়া হ’ব পাৰে।

তেজপুৰত বিজেপিৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী হৈছে ডাঃ বীৰেন কুমাৰ নাথ।

পেছাত এগৰাকী ছালৰ ৰোগ বিশেষজ্ঞ ডাঃ নাথ প্ৰাক্তন জিলা সভাপতি হোৱাৰ লগতে পুৰণি আৰ এছ এছৰ কৰ্মী তথা অসমীয়া প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত যথেষ্ট শক্তিশালী স্থিতিত আছে।

ইপিনে, প্ৰাক্তন বিধায়ক প্ৰয়াত ৰাজেন বৰঠাকুৰৰ ককায়েক জিতেন বৰঠাকুৰেও বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিব বুলি জানিব পৰা গৈছে।

পূৰ্বেত বিজেপি নাছিল যদিও প্ৰয়াত ৰাজেন বৰঠাকুৰৰ ককায়েক হিচাপেই প্ৰাৰ্থিত্ব বিচৰা জিতেন বৰঠাকুৰৰ প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা প্ৰায় নাই বুলিয়েই চৰ্চিত হৈছে।

আনহাতে, বাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে নিজৰ নিজৰ ফালৰ পৰা দলীয় নেতৃত্বক প্ৰভাৱিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

তেজপুৰত বৃন্দাবন গোস্বামীয়ে অগপ এৰিলে সমষ্টিত অগপক ধৰি ৰখা উত্তৰাধিকাৰীৰ অভাৱ স্পষ্ট হৈ পৰিছে।

সেইদৰে, অগপৰ ভেটিত শাসকীয় বিজেপিয়ে নিজৰ স্থিতি শক্তিশালী কৰাৰ সুযোগ ল’বলৈ চেষ্টা কৰিব যদিও আছুৰ নেতৃত্বৰ নতুন দলটো আৰু বৃন্দাবন গোস্বামীৰ দৃঢ়তাৰ ওপৰতে তেজপুৰ সমষ্টিৰ আগন্তুক ৰাজনৈতিক দৃশ্যপট স্পষ্ট হৈ পৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd