• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পদ পথত ফল বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে PHD ডিগ্ৰীধাৰী মহিলাই, কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2020 11:56 am
1.4k
VIEWS
Share on FacebookShare on Twitter

মহিলা গৰাকীৰ নাম ৰাইছা আনচাৰী। ৩৬ বছৰীয়া এইগৰাকী মহিলাৰ মুখত অনৰ্গল ফুটে শুদ্ধ ইংৰাজী। মহিলা গৰাকীৰ ইংৰাজী কোৱাৰ ধৰণে সকলোকে আচৰিত কৰি আহিছে।

কিছুদিন পূৰ্বে ৰাইছা আনচাৰী নামৰ এই গৰাকী মহিলাই ইংৰাজী কোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে মহিলা গৰাকী।

ৰাইছা আনচাৰীৰ আছে এক দুখৰ অতীত। ইণ্ডোৰৰ এই গৰাকী মহিলাই ইণ্ডোৰৰ দেৱী অহল্যা বিশ্ব বিদ্যালয়ৰ পৰা মেটেৰিয়েল ছায়েন্স বিষয়ত লাভ কৰিছিল পি এইছ ডি ডিগ্ৰী।

মাজতে তেওঁ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যাপনাৰ কামো কৰিছিল।

ৰাইছা আনচাৰীৰ জীৱনলৈ এদিন এটা সুবৰ্ণ সুযোগ আহিছিল। বেলজিয়ামলৈ তেওঁ আমন্ত্ৰিত হৈছিল গৱেষণাৰ বাবে। কিন্তু ভাগ্যই যেন তেওঁক লগ দিয়া নাছিল।

এই সুযোগ অহাৰ পূৰ্বে তেওঁ কলকাতাৰ আই আই এছ ই আৰলৈ গৈছিল আন এক গৱেষণাৰ বাবে। একে সময়তে লাভ কৰিছিল চি এছ আই আৰৰ ফেল’শ্বিপো।

বেলজিয়ামলৈ আমন্ত্ৰিত হোৱাত তেওঁ তালৈ যোৱাৰেই সিদ্ধান্ত লৈছিল। কিন্তু ৰাইছাই ভবা মতে কামবোৰ নহ’ল। তেওঁৰ পি এইছ ডি গাইডে তেওঁক প্ৰয়োজনীয় নথি-পত্ৰত চহী কৰি দিবলৈ অসন্মত হ’ল।

ফলত মনৰ আশা নিৰ্বাপিত হ’ল ৰাইছাৰ। আশাহত ৰাইছাই কলকাতাৰ পৰা উভতি আহি ইণ্ডোৰত ঘৰৰ পৰম্পৰাগত ফলৰ ব্যৱসায়ত ধৰিলে।

সেই দিন ধৰি তেওঁ ফলৰ ব্যৱসায়ে কৰি আছে।

লক্ষ্যণীয় কথাটো হ’ল ২০০৪ চনতে পি এইছ ডিৰ বাবে পঞ্জীয়ন লাভ কৰা ৰাইছাক পি এইছ ডি দিয়া হ’ল ২০১১ চনতহে।

কাৰোৱাৰ আক্ৰোশৰ বলি হোৱা ৰাইছাৰ মনত এতিয়া ক্ষোভৰ জুই। দেৱী অহল্যা বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আশুতোষ মিশ্ৰই কয়, ‘ৰাইছা খুব মেধাবী আছিল। তেওঁৰ ক্ষেত্ৰত হয়তো কোনোবাই ক’ৰবাত কিবা ভুল কৰিলে’।

Recent News

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd