• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’ণাতংকই প্ৰভাৱ পেলাইছে দেশৰ উচ্চ শিক্ষাত; বন্ধ হ’ব ১৭৯ খন বৃত্তিমুখী কলেজ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2020 3:01 pm
দিল্লীৰ কোভিড কেয়াৰ কেন্দ্ৰ

দিল্লীৰ কোভিড কেয়াৰ কেন্দ্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বৰে স্বাস্থ্য খণ্ডৰ লগতে আন সকলো ক্ষেত্ৰতে ব্যাপক প্ৰভাৱ পেলাইছে।বন্ধ হৈ পৰিছে বহু উদ্যোগ প্ৰতিষ্ঠান।

দেশৰ শৈক্ষিক খণ্ডতো ক’ৰ’না ভাইৰাছে ভাবিব নোৱাৰা ধৰণে প্ৰভাৱ পেলাইছে।

Apply Now

ক’ৰ’ণাতংকৰ বাবে দেশৰ সকলো ৰাজ্যতে এতিয়া বন্ধ হৈ আছে সকলো বিদ্যালয়, মহাবিদ্যালয়। এনে এক বিষম পৰিস্থিতিৰ মাজতে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেছনে প্ৰকাশ কৰিছে এক ভয়াৱহ তথ্য।

অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেছনে শেহতীয়াকৈ প্ৰকাশ কৰা অনুসৰি ক’ৰ’নাতংকৰ বাবেই দেশত বন্ধ হ’ব ১৭৯ খন কাৰিকৰী কলেজ।

এ আই চি টি ইৰ সূত্ৰই প্ৰকাশ কৰা মতে উক্ত কাৰিকৰী কলেজ কেইখনত ল’কডাউনৰ পিছৰে পৰা ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰা নাই।

তদুপৰি, কলেজ কেইখনত কাম কৰা শিক্ষক-শিক্ষয়িত্ৰীৰ দা-দৰমহা আদি দিয়াৰ ক্ষেত্ৰতো ভীষণ অসুবিধাই দেখা দিছে। ইয়াৰ ফলতে উক্ত কলেজ কেইখন বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে সংশ্লিষ্ট কৰ্তৃপক্ষই।

এ আই চি টি ইৰ সূত্ৰটোৱে লগতে কয় যে আন ১৩৪ খন কাৰিকৰী কলেজে এতিয়ালৈকে ২০২০-২০২১ শিক্ষা বৰ্ষৰ বাবে পাঠ্যক্ৰমৰ অনুমোদন বিচাৰি আবেদন জনোৱা নাই। সেই দিশৰ পৰা এই কেইখন কাৰিকৰী কলেজো বন্ধ হোৱাৰ আশংকা আছে।

এতিয়ালৈকে ১৩০০ খন কাৰিকৰী কলেজে পাঠ্যক্ৰমৰ বাবে অনুমোদন বিচৰা বুলি এ আই চি টি ইৰ সূত্ৰই প্ৰকাশ কৰিছে

উল্লেখ যোগ্য যে, দেশত বৰ্তমান অভিযান্ত্ৰিককে ধৰি বিজনেছ আৰু অন্যান্য খণ্ডৰ ৯৬৯১ খন কাৰিকৰী কলেজ আছে। বন্ধ হ’বলগীয়া ১৭৯ খন প্ৰতিষ্ঠানৰ নাম তালিকা অৱশ্যে এ আই চি টি ইয়ে এতিয়া লৈকে ৰাজহুৱা কৰা নাই।  

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd