• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এটা বিশেষ সম্প্ৰদায়ৰ বাবে ‘সংৰক্ষণ’ কৰা হ’ব পাৰে কোভিড ভেকচিন! : চেৰামৰ ইঙ্গিত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2020 8:09 pm
176752-ceo-web
35.6k
VIEWS
Share on FacebookShare on Twitter

প্ৰথম পৰ্যায়ৰ মানৱ ট্ৰায়েল সফল হোৱা ক’ৰ’নাৰ প্ৰতিষেধক কোভিডশ্বীল্ডৰ দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল ভাৰতত আৰম্ভ হোৱাৰ কথা।

ইতিমধ্যে কেন্দ্ৰৰ বায়টেকন’লজি বিভাগে ভাৰতৰ পাঁচখন চিকিৎসা প্ৰতিষ্ঠানত ক’ৰ’না প্ৰতিষেধক বিধৰ দ্বিতীয় পৰ্যায়ৰ মানৱ শৰীৰৰ ট্ৰায়েলৰ বাবে নিৰ্বাচন কৰিছে।

দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল সফল  হোৱাৰ লগে লগেই তৃতীয় পৰ্যায় হিউমেন ট্ৰায়েলৰ বাবে ভাৰত চৰকাৰক আবেদন জনোৱাৰ কথা প্ৰকাশ কৰিছে অন্যতম প্ৰস্তুতকাৰী প্ৰতিষ্ঠান চেৰাম-এ।

চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠান আদৰ পানোৱালে চ’ছিয়েল মিডিয়াৰ যোগে এক ইংগিত প্ৰদান কৰিছে যে, ভেকচিনবিধ সফল হোৱাৰ লগে লগে এটা বিশেষ সম্প্ৰদায়ৰ বাবে ইয়াক সংৰক্ষিত কৰা হ’ব পাৰে!

উল্লেখ্য সকলোবোৰ সঠিক মতে আগবাঢ়িলে বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান চেৰাম-এ অহা নৱেম্বৰ মাহৰ ভিতৰত ৩০ ৰপৰা ৪০ লাখ ভেকচিন প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে।

ইফালে Upgradeৰ কৰ্ণধাৰ ৰণী স্ক্ৰুৱালাই পানাৱোলাক অনুৰোধ কৰি এটা টুইটত লিখিছে যে, “যিহেতু বিশ্বজুৰি পাৰ্ছীয়ানৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাইছে, সেয়ে তেওঁলোকৰ বাবে ভেকচিনবিধ সংৰক্ষণ কৰা উচিত। কাৰণ এই যুদ্ধ জয়ী হ’বলৈ প্ৰতিজনেই নেতৃত্ব দিছে।”

ইয়াৰ প্ৰত্যুত্তৰ পানোৱালাই লিখিছে, “অৱশ্যেই আমাৰ সম্প্ৰদায়ৰ বাবে যথেষ্ট ভেকচিন জমা ৰখা হ’ব। আমাৰ সম্প্ৰদায়ৰ খুব সৰু। আমাৰ সংস্থাই একেদিনাই আমাৰ সম্প্ৰদায়ৰ বাবে ভেকচিন প্ৰস্তুত কৰিব পাৰিব।”

আনকি খোদ আদৰ পানোৱালাৰ পিতৃ চাইৰাচ পানোৱালাই ক’ৰ’নাৰ প্ৰতিষেধক প্ৰস্তুত হ’লেই সকলোতকৈ আগতে ৬০ হাজাৰ ভেকচিন পাৰ্ছীয়ানসকলৰ বাবে সংৰক্ষণ কৰি ৰাখিবলৈ আহ্বান জনাইছে।

Tags: COVID-19

Recent News

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd