• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৯ জুলাইত ভাৰতৰ আম্বালাত নামিবহি পাঁচ ‘ফৰাচী যোদ্ধা’

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2020 10:12 pm
Rafale: Five 'French fighters' to arrive in India on Wednesday
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঁচ ‘ফৰাচী যোদ্ধা’ই দুৰন্ত গতিৰে আহি আছে ভাৰতৰ দিশে।

চীন-পাকিস্তান আদি দেশৰ পৰা ভাৰতৰ প্ৰতি অহৰহ ভাবুকি আহি থকাৰ সময়তে এই পাঁচ ফৰাচী যোদ্ধা আহিছে ভাৰতক সহায় কৰিবলৈ।

Apply Now

এই পাঁচ ফৰাচী যোদ্ধা আন একো নহয়। এয়া হৈছে ফ্ৰান্সে ভাৰতলৈ প্ৰেৰণ কৰা পাঁচ খন ৰাফেল যুদ্ধ বিমান।

ভাৰতে ফ্ৰান্সৰ পৰা ৩৬ খন ৰাফেল বিমান ক্ৰয় কৰাৰ বাবে ফ্ৰান্সৰ চৰকাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছিল।

সমগ্ৰ বিশ্ব জুৰি হৈ থকা ক’ৰ’ণাতংকৰ বাবে ফ্ৰান্সে ভাৰতলৈ ৰাফেল বিমান প্ৰেৰণ কৰিব পৰা নাছিল।

এতিয়া চীনৰ সৈতে ভাৰতৰ সংঘাত সৃষ্টি হোৱাৰ পিছতে ভাৰতৰ অনুৰোধ ৰক্ষা কৰি ফ্ৰান্সে ভাৰতলৈ প্ৰেৰণ কৰিছে পাঁচখন ৰাফেল বিমান।

যুদ্ধক্ষেত্ৰত শত্ৰু পক্ষৰ ওপৰত চিলাৰ দৰে জঁপিয়াই পৰিব পৰা এই বিমান কেইখন ফ্ৰান্সৰ পৰা উৰুৱাই আনিছে ভাৰতীয় বায়ু সেনাৰ ১২ গৰাকী পাইলটে।

মঙলবাৰে বিমান কেইখন আহি উপস্থিত হয় সংযুক্ত আৰৱ গণ ৰাজ্যৰ অল ডাৰফাৰ বিমান বন্দৰত।

ক্ষন্তেক জিৰণিৰ অন্তত পুনৰ ভাৰতমুখী যাত্ৰা পাঁচো খন বিমানৰ।

২৯ জুলাইত ভাৰতৰ আম্বালা বিমান ঘাটিত আহি উপস্থিত হ’ব যুদ্ধ বিমান কেইখন। ৰাফেল বিমানৰ আগমণে নিঃসন্দেহে শক্তিশালী কৰি তুলিব দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰখনক।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

June 13, 2026 8:43 am
‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am
ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

June 13, 2026 8:43 am
‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd