• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত স্থান লাভ অসমৰ পাঁচগৰাকীৰ

নিৰ্মলেন্দু পাঠক/ এন ই নাও নিউজ by নিৰ্মলেন্দু পাঠক/ এন ই নাও নিউজ
August 4, 2020 6:28 pm
Five from Assam shine at UPSC Civil Services Exam 2019

নিবেদিতা দত্ত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পাঁচগৰাকীয়ে মঙলবাৰে ঘোষিত কেন্দ্ৰীয় লোক সেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষা ২০১৯ৰ ফলাফলত স্থান দখল কৰিছে।

ইতিমধ্যে আৰণ্যক শইকীয়া (স্থান ৫৯) আৰু তপন ডেকা (৭৬৬) বাচনি হোৱাৰ বাতৰি প্ৰকাশ পাইছে।

Apply Now

শেহতীয়াকৈ জানিব পৰা মতে অসামৰিক সেৱাৰ পৰীক্ষাটোত অসমৰ চিজল আগৰৱাল (১১২), নিবেদিতা দত্ত (৬৯৭) আৰু কিশোৰ সূত্ৰধৰ (৭৮৪)এও স্থান লাভ কৰিছে।

নিবেদিতা দত্তৰ ঘৰ যোৰহাট জিলাৰ টীয়ক ভগামুখত।

দত্ত ভগামুখ দোলাকাষৰীয়া গাঁৱৰ কৃষ্ণকান্ত দত্ত আৰু জোনা দত্তৰ কন্যা।

দত্তই চি বি এচ ইৰ অধীনত স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিচত মেকানিকেল অভিযন্তা হিচাবে উত্তীৰ্ণ হৈ ৰাজনীতি বিজ্ঞানত স্নানাকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিলl

বৰ্তমান ইউ পি এছ চিৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সমান্তৰালভাৱে তেওঁ দিল্লীৰ এটা ব্যক্তিগতখণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল।

আনহাতে আৰণ্যক শইকীয়া অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান তথা বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ পুত্ৰ।

এইবাৰ ৫৯সংখ্যক স্থান দখল কৰা শইকীয়াই ২০১৭চনত প্ৰথমবাৰ পৰীক্ষাটোত অৱতীৰ্ণ হৈ ১৪৮সংখ্যক স্থান দখল কৰিছিল।

আৰণ্যক শইকীয়া বৰ্তমান ভাৰতীয় আৰক্ষী সেৱাৰ কৰ্ণাটক কেডাৰৰ বিষয়া হিচাপে প্ৰশিক্ষণত আছে।

অসমৰ পৰা স্থান পোৱা আটাইকেইগৰাকী প্ৰাৰ্থীৰ সবিশেষ এতিয়ালৈকে জানিব পৰা  হোৱা নাই।

এইবাৰ পৰীক্ষাটোত মুঠ ৮২৯ গৰাকী প্ৰাৰ্থী বাচনি হৈছে।

বাচনি হোৱা প্ৰাৰ্থীসকল ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় বিদেশ সেৱা, ভাৰতীয় আৰক্ষী সেৱা আৰু কেন্দ্ৰীয় সেৱাৰ A আৰু Bত অন্তৰ্ভুক্ত হ’ব।

নিৰ্মলেন্দু পাঠক/ এন ই নাও নিউজ

নিৰ্মলেন্দু পাঠক/ এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd