• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লেবাননৰ ৰাজধানী বেইৰুটত ভয়ংকৰ বিস্ফোৰণ : নিহত ৭৩, আহত ৪০০০ ৰো অধিক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2020 8:38 am
index.jpg1
1.3k
VIEWS
Share on FacebookShare on Twitter

ভয়ংকৰ বিস্ফোৰণত কঁপিল উঠিল লেবাননৰ ৰাজধানী বেইৰুট।

বেইৰুটৰ স্থানীয় বন্দৰৰ বিস্ফোৰক মজুত থকা এক কাৰখানাত সংঘটিত হৈছে এই বিস্ফোৰণ।

লেবাননৰ অভ্যন্তৰীণ নিৰাপত্তা সচিব আব্বাছ ইব্ৰাহিম জানিবলৈ দিয়া অনুসৰি স্থানীয় সময় আবেলি বন্দৰ অঞ্চলত এই বিস্ফোৰণটো সংঘটিত হয়।

বিস্ফোৰণৰ তীব্ৰতা ইমানেই আছিল যে সমগ্ৰ চহৰত ভূকম্পৰ সৃষ্টি হয়।

Explosion in #Beirut #Lebanon – view from Annahar building. Praying for everyone’s safety ??? pic.twitter.com/Zf6fXaahUq

— Fady Roumieh (@FadyRoumieh) August 4, 2020

উক্ত বিস্ফোৰণত নিহত হৈছে ৭৩ জন লোক।  ৪০০০ ৰো অধিক লোক আহত হৈছে ভয়ংকৰ বিস্ফোৰণটোত।

বিস্ফোৰণৰ ফলত সমগ্ৰ বেইৰুট চহৰৰ আকাশ ক’লা ধুঁৱাই ছানি ধৰিছে।

ৰাষ্ট্ৰপতি মিখেল আউনে এক টুইটযোগে জনাইছে যে, কাৰখানাটোত ২,৭৫০ টন এমুনিয়াম নাইট্ৰেট মজুত ৰখা হৈছিল।

উক্ত ৰায়নিক দ্ৰব্যবোৰৰ পৰাই বিস্ফোৰণটো সংঘটিত হোৱাৰ ধাৰণা কৰা হৈছে।

বিস্ফোৰণটো কেনেকৈ সংঘটিত হ’ল সেয়া জানিব পৰা হোৱা নাই। ইতিমধ্যে বিস্ফোৰণটো কাৰণ সন্ধান বাবে তদন্ত আৰম্ভ কৰা হৈছে।

ইফালে বিস্ফোৰণৰ পিছতে লেবাননৰ ৰাষ্ট্ৰপতি মিখেল আউনে এই ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান কৰিছে।

বিস্ফোৰণ ভয়ংকৰ দৃশ্য ইতিমধ্যে চ’ছিয়েল মিডিয়াৰ যোগে ভাইৰেল হৈ পৰিছে।

Recent News

অনিশ্চয়তাত এছিয়া কাপ ২০২৫: প্ৰতিযোগিতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বিচিচিআইৰ

অনিশ্চয়তাত এছিয়া কাপ ২০২৫: প্ৰতিযোগিতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বিচিচিআইৰ

মৰ্মান্তিক! বন্ধ গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ চাৰিটা শিশুৰ কৰুণ মৃত্যু

মৰ্মান্তিক! বন্ধ গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ চাৰিটা শিশুৰ কৰুণ মৃত্যু

ঋণ জালিয়াতিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ইউকো বেংকৰ প্ৰাক্তন কাৰ্যবাহী সুবোধ গোৱেলক

ঋণ জালিয়াতিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ইউকো বেংকৰ প্ৰাক্তন কাৰ্যবাহী সুবোধ গোৱেলক

‘জীৱিত মহিলা’ক হত্যা কৰাৰ অপৰাধত ৭ বছৰৰ কাৰাদণ্ডৰ অন্তত মুকলি হ’ল এজন ব্যক্তি

‘জীৱিত মহিলা’ক হত্যা কৰাৰ অপৰাধত ৭ বছৰৰ কাৰাদণ্ডৰ অন্তত মুকলি হ’ল এজন ব্যক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd