• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূমি পূজনৰ দিনাই ক’ৰ’ণাত আক্ৰান্ত যোগী মন্ত্ৰী সভাৰ আইন মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2020 4:34 pm
law
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ দিনটো কেৱল উত্তৰ প্ৰদেশৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেই এক উল্লেখযোগ্য দিন।

কাৰণ সুদীৰ্ঘ ৫০০ বছৰৰ অপেক্ষাৰ অন্তত অযোধ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰিলে ৰাম মন্দিৰৰ শিলান্যাস।

Apply Now

কিন্তু এনে এটা আনন্দৰ দিনতে উত্তৰ প্ৰদেশত আহিল আন এটা বেয়া খবৰ।

উত্তৰ প্ৰদেশৰ আইনমন্ত্ৰী ব্ৰীজেশ পাঠক মাৰাত্মক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰে ভূমি পূজনৰ আনন্দত সামান্য পৰিমানে হ’লেও য’তি পেলায়।

কাৰণ অযোধ্যাৰ ভূমি পূজনৰ সৈতে লাগি-ভাগি থকা লোক জনেই হৈছে ৰাজ্য খনৰ আইন মন্ত্ৰী ব্ৰীজেশ পাঠক।

কিছুদিনৰ পৰা জ্বৰত আক্ৰান্ত হৈ থকা পাঠকে ঘৰতে জিৰণি লৈ আছিল।

ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰাৰ অন্ত আজি তেওঁৰ ফলাফল পজিটিভ আহে।

ইয়াৰ পিছতে মন্ত্ৰী পাঠকে ফেচবুকৰ জৰিয়তে ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ কথা ৰাজহুৱা কৰে।

পাঠককে ধৰি যোগী আদিত্য নাথ চৰকাৰৰ ৯ জনকৈ মন্ত্ৰী-বিধায়ক ক’ৰ’ণাত আক্ৰান্ত হ’ল।

ইতিমধ্যে ক’ৰ’ণাত আক্ৰান্ত হৈ যোগী মন্ত্ৰী সভাৰ কাৰিকৰী দপ্তৰৰ মন্ত্ৰী কমলা ৰাণী বৰুণৰ মৃত্যু ঘটিছে।

কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ জলশক্তি দপ্তৰৰ মন্ত্ৰী ডাঃ মহেন্দ্ৰ সিং আৰু গোৰখপুৰৰ বিধায়ক দেবেন্দ্ৰ প্ৰতাপ সিহৰ লগতে আগ্ৰাৰ বিধায়ক যোগেন্দ্ৰ উপাধ্যায় ক’ৰ’ণাত আক্ৰান্ত হৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm
শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

June 16, 2026 9:01 pm
সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm
বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm
শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

June 16, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd