• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত ভাৰত ত্যাগ আন্দোলনৰ লগত সংগতি ৰাখি ভাৰত বচাও কাৰ্যসূচী

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 10, 2020 7:09 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি দেশজুৰি ট্ৰেড য়ুনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যন সমূহৰ যৌথ মঞ্চ আহ্বানত কেইবাটাও দাবীৰ ভিত্তিত ভাৰত বচাও আন্দোলনৰ কাৰ্যসূচী শিৱসাগৰতো শ্ৰমিক সংগঠন সমূহে ৰূপায়ণ কৰে।

শিৱসাগৰ জিলা শ্ৰম বিভাগৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।

Apply Now

অ’এন জি চি ঠিকা শ্ৰমিক য়ুনিয়নৰ নেতা মদন বৰুৱাই আঁত ধৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ দাবী সমূহৰ তাৎপৰ্য ব্যাখ্যা কৰে চি পি আই নেতা কনক গগৈয়ে৷

কনক গগৈয়ে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক বিৰোধী নীতি সমূহক চোকা সমালোচনা কৰে আৰু চৰকাৰে ক’ৰ’না সংকটৰ সময়ত ৰাজনীতি কৰিছে বুলি মন্তব্য কৰে৷

লগতে চিপিআই নেতা গৰাকীয়ে ই এ আই ২০২০ উত্তৰ-পূবৰ বাবে অতিকে ভয়াবহ বুলি কয় আৰু নতুন শিক্ষা নীতিকো চোকা সমালোচনা কৰি সাম্প্ৰদায়িকীকৰণ বাণিজ্যিকীকৰণ তথা ব্যৱসায়ীকৰণ বন্ধ কৰিবলৈও দাবী জনায়৷

আজি কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক সকলোৱে বাবে স্বাস্থ্য সেৱা বিনামূলীয়া আৰু সাৰ্বজনীন কৰিবলৈ দাবী কৰে৷ ইয়াৰ উপৰি ৰেইল, বিদ্যুত, তেল, কয়লা, প্ৰতিৰক্ষা আৰু বেংকসহ দেশৰ ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ অভিযান বন্ধ কৰিবলৈ দাবী জনায়৷

তদুপৰি আঁচনিভুক্ত কৰ্মচাৰীসকলক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিবলৈ দাবী জনোৱাৰ লগতে মাননি সলনি মজুৰি আদায় দিবলৈ দাবী জনায়।

ইয়াৰ উপৰি ক’ৰ’না পৰিস্থিতিয়ে আয়হীন কৰি তোলা প্ৰতি শ্ৰমিকক মাহে ১০ কিলোগ্ৰাম চাউলসহ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ দাবী জনায়৷

ইয়াৰ উপৰি ক’ৰ’না পৰিস্থিতিত কৰ্মহীন হৈ পৰা মটৰ পৰিবহণ শ্ৰমিকসহ অসংগঠিত খণ্ডৰ সকলো শ্ৰমিকক মাহে ৭৫০০ টকা সাহায্য প্ৰদান কৰিবলৈ দাবী কৰে৷

আনহাতে MGNREGA শ্ৰমিকক মজুৰি ৬০০ টকালৈ বৃদ্ধি আৰু কৰ্মদিন ২০০ দিনলৈ বৃদ্ধি কৰিবৰ বাবে দাবী জনায়৷ আৰু ঘৰলৈ ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিকক সংস্থাপন দিবলৈও দাবী জনায়৷

আনহাতে চাহ শ্ৰমিকৰ দিন মজুৰি ৩৫১ টকা ধাৰ্য কৰিবলৈ দাবী উত্থাপন কৰে।

বান খহনীয়াত ক্ষতিগ্ৰস্তক পৰ্যাপ্ত সাহায্য দি এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিবলৈ দাবী জনায়৷ কৃষি ভূমি অধিগ্ৰহণ আইন, শ্ৰম সংস্কাৰ আইন বাতিল কৰাৰ লগতে পৰিৱেশিক প্ৰভাৱ নিৰূপণ বিল ২০২০ বাতিল কৰিবলৈ দাবী জনায়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd