• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত বিজেপি নেত্ৰীৰ পুত্ৰই আক্ৰমণ কৰিলে উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীক

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 11, 2020 6:48 am
20200810_231529

মাৰপিটৰ ঘটনাত অভিযুক্ত বিজেপি নেত্ৰীৰ পুত্ৰ। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইদিনমানৰ পূৰ্বে শিৱসাগৰৰ বিজেপি নেত্ৰীৰ পুত্ৰই কন্টেইনমেন্ট জ’নত থকা ব্যক্তিক উপলুঙা মন্তব্য কৰা কাৰ্যৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ এগৰাকী বিজেপি নেত্ৰীৰ পুত্ৰৰ উদ্ভণ্ডালিয়ে শিৱসগৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এইবাৰ বিজেপি নেত্ৰীৰ পুত্ৰৰ আক্ৰমণৰ বলি হ’ল শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰী।

Apply Now

সুৰাৰ ৰাগীত মাতাল হৈ তিনি সতীৰ্থৰ সৈতে আক্ৰমণ চলালে শিৱসাগৰ জিলা উপায়ুক্তৰ গোপনীয় সহায়ক অৰবিন্দ গগৈক।

শিৱসাগৰৰ লক্ষ্মীনগৰৰ দিখৌৰ মথাউৰিৰ সমীপত ঘটনাটো সংঘটিত হৈছে।

দেওবাৰে কাৰ্যালয়ৰ বিশেষ কাম সম্পন্ন কৰি ৰাতি শহুৰৰ গৃহলৈ গৈ থকা অৱস্থাত  কেইজনমান সুৰাপৰীয়া যুৱকে ৰাজপথত শুই উদ্ভণ্ডালি কৰি থকাৰ কাৰ্যৰ বিৰোধিতা কৰাৰ বাবেই যুৱকৰ দলটোৱে উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীজনক আক্ৰমণ চলায়।

কৰ্মচাৰীজনে আৰক্ষীক খবৰ দিয়াত তেওঁৰ ফোনটো ভাঙি পেলায় দূৰ্বৃত্তকেইটাই।

পাছত  সমীপৰ এখন দোকানত সুমুৱাই উপায়ুক্তৰ গোপনীয় সহায়কজনক খুকুৰী, দাৰে আক্ৰমণৰ চেষ্টা চলায়।

অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি ৰক্ষা পৰে কৰ্মচাৰীজন।

ঘটনা সন্দৰ্ভত সোমবাৰে অৰবিন্দ গগৈয়ে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু শিৱসাগৰ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ৯৩৪/২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৪২৭/২৯৪(এ)/৩২৩ আৰু ৩৪ ধাৰাৰ গোচৰ ৰুজু কৰি সোমবাৰে সন্ধিয়া তিনি যুৱকক আটক কৰে।

আটক কৰা যুৱক কেইজন হ’ল লক্ষ্মীনগৰৰ ৰিপুনজ্যোতি বৰপাত্ৰগোঁহাই, চম্পক বৰুৱা আৰু গোবিন ফুকন। ইয়াৰে চম্পক বৰুৱা হল শিৱসাগৰৰ বিজেপি নেত্ৰী তথা ১৪ নং ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড মেম্বাৰৰ পুত্ৰ।

ইপিনে, শাসকীয় দলৰ নেত্ৰীৰ গুৰু গোঁসাই নমনা পুত্ৰৰ নেতৃত্বত মাতাল যুৱকৰ দলে এইদৰে উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীক আক্ৰমণ কৰা ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰত।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd