• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বুটৰ ডালিত চিত্ৰ অংকন কৰি অসম বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত পুৰণিগুদামৰ ভাস্কৰ্যপূৰ্ণ গায়নৰ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
August 11, 2020 9:04 am
452
VIEWS
Share on FacebookShare on Twitter

পুনৰ নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে পুৰণিগুদামৰ গায়নবৈৰাগী চুকৰ ভাস্কৰ্যপূৰ্ণ গায়ন নামৰ এজন যুৱকে।

যুৱকজন সৰুৰে পৰাই জড়িত হৈ আহিছিল বিভিন্ন শিল্পকৰ্মৰ সৈতে। কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ যুৱকজনে কৰি আহিছে ব্যতিক্ৰমী চিত্ৰ অংকনৰ প্ৰয়াস।

বিশেষ প্ৰতিভাৰ অধিকাৰী যুৱকজনে শেহতীয়াকৈ কেইটামান ক্ষুদ্ৰ ক্ষুদ্ৰ বুটৰ ডালিত ভাৰতৰ মানচিত্ৰ, অসমৰ মানচিত্ৰ, জাতীয় পতাকা আদিৰ চিত্ৰ অতি সুক্ষ্মভাৱে অংকন কৰি “অসম বুক অফ ৰেকৰ্ড”ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱাৰ লগতে যুৱকজনৰ এই আচৰ্যজনক কৰ্মৰ আধাৰত আহৰণ কৰিবলৈ সক্ষম হোৱা সন্মান বাবে সমগ্ৰ নগাঁও বাসীৰ লগতে পুৰনিগুদাম বাসী গৌৰাম্বিত হোৱা পৰিলক্ষিত হৈছে।

ইয়াৰ উপৰি আহত গছৰ পাতত খোদিত কৰা বিভিন্ন প্ৰকাৰ ভাস্কৰ্যৰ বাবে এতিয়া জিলাখনত চৰ্চাৰ অন্যতম কেন্দ্ৰ বিন্দু হৈ পৰিছে পুৰণিগুদামৰ ভাস্কৰ্যপূৰ্ণ।

বিশেষকৈ যুৱক জনে খোৱা চাহ আৰু কফিক ৰং হিচাবে লৈ আঁকিছে বৃহৎকায় চিত্ৰও। ইয়াৰ ভিতৰত অসমীয়াৰ বাপতিসাহোন বিহুক উপস্থাপন কৰি অংকন কৰা এখন চিত্ৰয়ে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৰাইজৰ।

পুৰণিগুদাম বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত দ্বিতীয় ষান্মাসিকত অধ্যয়নৰত ভাস্কৰ্যপূৰ্ণ গায়ন নামৰ যুৱকজন সৰুৰে পৰা সত্ৰীয়া নৃত্য আৰু অভিনয় জগতৰ লগত জড়িত বুলি জানিব পৰা গৈছে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd