• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত ১৯৫১ চনৰ আগৰ ভাৰতীয় নাগৰিকহে হ’ব অসমীয়া : অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ আছুৰ

আছুৰ উপদেষ্টা আৰু জ্যেষ্ঠ অধিবক্তা নিলয় দত্তই অসমীয়া সংজ্ঞাক লৈ কি ক’লে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 11, 2020 8:47 pm
1486e883-bd95-4425-a64e-f2f45097101c
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৫১ চনৰ পূৰ্বৰ ভাৰতীয় নাগৰিকহে অসমত অসমীয়া হিচাপে চিহ্নিত কৰাৰ বাবে দাবী তুলিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই।

সেই অনুসৰি ৬ নং দফা ৰূপায়ণৰ বাবে গঠিত উচ্চস্তৰীয় সমিতিৰ আসন সংৰক্ষণৰ সন্দৰ্ভত নিৰ্ধাৰণ কৰিছে অসমীয়াৰ সংজ্ঞা।

Apply Now

আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আছুৰ শ্বহীদ ন্যাসত সম্বোধন কৰা সংবাদমেলত জনোৱা অনুসৰি অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সুৰক্ষা কৱচ নিশ্চিত কৰাৰ উদ্দেশ্যে তথা আসন সংৰক্ষণত খিলঞ্জীয়া লোকে অগ্ৰাধিকাৰ লাভ কৰাৰ উদ্দেশ্যে উচ্চস্তৰীয় কমিটিয়ে নিৰ্ধাৰণ কৰি উলিয়াইছে অসমীয়াৰ সংজ্ঞা।

অসমীয়াৰ সংজ্ঞা নিৰূপণৰ আধাৰ ব্যক্ত কৰি সমুজ্জ্বল ভট্টাচাৰ্যই কয় ‘অসমীয়া খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে সংসদ, অসম বিধান সভা, স্থানীয় নিগম-নিকায়সমূহত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা। ১৯৫১ চনৰ পৰা ৭১ চনলৈকে ইতিমধ্যে বিদেশীৰ বোজা লোৱা বাবে ১৯৫১ চনৰ আগৰ মানুহখিনিৰ বাবেহে সাংবিধানিক সুৰক্ষা কৱচৰ কথা কোৱা হৈছে। ১৯৫১-৭১ চনলৈকে থকাখিনি কেৱল ভাৰতীয় নাগৰিক হিচাপেহে থাকিব। ১৯৫১ চনৰ আগৰ ভাৰতীয় নাগৰিকৰ সতি সন্ততিসহ এই অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰা হৈছে।‘

তেওঁ লগতে কয় ‘কেন্দ্ৰীয় চৰকাৰৰ টাৰ্মছ অৱ কণ্ডিশ্যনত সংসদ শব্দটো নাই। যিহেতু ভি কে পিল্লাই কমিটিত ইতিমধ্যে সিদ্ধান্ত হৈ আছে গতিকে সাংসদৰ ক্ষেত্ৰতো আসন সংৰক্ষণ লাগিব। আসন সংৰক্ষণৰ বাবেহে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰা হৈছে।‘

‘পাছত প্ৰতিবেদনৰ বিষয়ে যি আলোচনা হ’ব সেয়া এইটো অসমীয়া সংজ্ঞা অনুসৰিয়েই হ’ব। সংসদ, বিধানসভা, নিগম নিকায় ইত্যাদিৰ ক্ষেত্ৰত ১০০ শতাংশই আসন সংৰক্ষণৰ কথা কোৱা হৈছে। কমিটিৰ বাকী সদস্যসকলে ৮০ শতাংশ আসন সংৰক্ষণ বিচাৰিছিল যদিও আছুৱে ১০০ শতাংশই বিচাৰিছে।‘ তেওঁ এইদৰে কয়।

ইয়াৰোপৰি এই আধাৰতে চৰকাৰী চাকৰিৰ আসন সংৰক্ষণ বিচৰা বুলি উল্লেখ কৰি ভট্টাচাৰ্যই কয় ‘চৰকাৰী খণ্ডত চাকৰি ৮০ শতাংশ সংৰক্ষণ আৰু ব্যক্তিগত খণ্ডত ৭০ শতাংশ সংৰক্ষণ আমি বিচাৰিছো।‘

আনহাতে, সেই একেখন সংবাদমেলতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সংযোগ হোৱা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তই অসমীয়াৰ সংজ্ঞাৰ ওপৰত বক্তব্য ৰাখি কয় ‘১-১-১৯৫১ ৰ আগত অসম বুলি যি এলেকা আছিল বা সেই এলেকাৰ ভিতৰত যিসকল অন্তৰ্ভুক্ত হৈছিল সেইসকলক অসম চুক্তিৰ ৬(ক) দফাৰ জৰিয়তে অসমীয়াৰ সংজ্ঞাৰ ভিতৰত সামৰি লোৱা হৈছে।‘

তেওঁ লগতে কয় ‘মূল প্ৰশ্ন হৈছে ৬ দফাত উল্লেখিত কি কি অধিকাৰ কোনে কোনে লাভ কৰিব? সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তি স্বাক্ষৰ কৰোতে এইসকল লোকক সহজভাৱে অসমীয়া বুলি স্বাক্ষৰ কৰি থৈছিল।’

‘যদি খিলঞ্জীয়া অসমীয়া সম্প্ৰদায়ে অধিকাৰসমূহ পাব বুলি বুলি ভবা হয়, তেন্তে জনজাতীয় বা অজনজাতীয় খিলঞ্জীয়া বা ১৯৫১ ৰ আগৰ চাহ বনুৱাসকল অসমীয়া সংজ্ঞাৰ ভিতৰত অন্তৰ্ভুক্ত নহ’ব। সেয়েহে এই সংজ্ঞা বঢ়াই দিয়া হৈছে। এতিয়া ১৯৫১ চনৰ পূৰ্বৰে পৰা অসমত বাস কৰি অহা সকলো জাতি-জনগোষ্ঠীকে অসমীয়া সংজ্ঞাটোৰে সামৰি লোৱা হৈছে।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd