• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সপোন পূৰণ নোহোৱাৰ বাবেই হিমন্ত বিশ্ব শৰ্মা হতাশাত ভূগিছে: ৰিপুন বৰা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 13, 2020 7:33 pm
20200813_190005

বৃহস্পতিবাৰে শিৱসাগৰত ৰিপুন বৰাৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

346
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত ৰিপুন বৰাই বিজেপি দল আৰু একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ।

বৰাই কয়, ‘হিমন্ত বিশ্ব শৰ্মা এতিয়া হতাশাত ভুগিছে। কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত ১৪ বছৰ তেওঁ মুখ্য মন্ত্ৰীৰ ঘনিষ্ঠ হৈ থকাৰ লগতে বহু গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হৈ আছিল। তাৰ পিছতো তেওঁ সন্তুষ্ট নহল। তেওঁৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন সফল নহ’ল বাবে কংগ্ৰেছ এৰি বিজেপি গ’ল। আৰু এতিয়া বিজেপিত তেওঁৰ সেই সপোন পূৰণ নোহোৱাৰ বাবে তেওঁ হতাশগ্ৰস্ত হৈছে।‘

‘হিমন্ত বিশ্ব শৰ্মাই গল দিয়াৰ কথা কৈছে, তেওঁৰ গল আমাৰ গল পোষ্টত নোসোমাই। তেওঁ গল মাৰিব কিন্তু ব্যৰ্থ গল দিব। কংগ্ৰেছৰ গল কীপাৰে সেই গল ওফৰাই বাউণ্ডৰী পাৰ কৰি দিব,’- ৰিপুন বৰাই মন্তব্য কৰে।

মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই প্ৰতি সপ্তাহত এটাকৈ আঁচনি ঘোষণা কৰিব বুলি যি মন্তব্য কৰিছে সেই সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনে কয়, ‘পূৰ্বতে তেওঁ বহু প্ৰতিশ্ৰুতি দিছিল। তেওঁ আঁচনি ঘোষণা কৰিব আৰু কংগ্ৰেছে পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা সোৱৰাই দিব’।

এআইয়ুডিএফৰ লগত মিত্ৰতা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰিপুন বৰাই।

এআইয়ুডিএফৰ লগত কংগ্ৰেছৰ মিত্ৰতা অকলশৰে নহয়। কংগ্ৰেছে অসমত যি মহাজোঁট বনাবলৈ গৈছে তাত এআইয়ুডিএফ কেৱল অংশীদাৰ দলহে হব বুলি মন্তব্য কৰে ৰিপুন বৰাই।

সদ্যপ্ৰয়াত শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰণৱ গগৈৰ পুত্ৰ সমীৰ গগৈ বিজেপিৰ সৈতে যোগাযোগ কৰা সন্দৰ্ভত ৰিপুন বৰাই কয়, ‘গণতান্ত্ৰিক দেশত সকলোৰে নিজা নিজা চিন্তা কৰাৰ অধিকাৰ আছে। যদি প্ৰণৱ গগৈৰ কোনো পুত্ৰ বিজেপিলৈ যায় তাত কংগ্ৰেছ দলৰ কবলগীয়া একো নাই।‘

কংগ্ৰেছত এইবাৰ যুৱ শক্তি আৰু নতুন মুখে অগ্ৰাধিকাৰ পাব বুলি মন্তব্য কৰে ৰিপুন বৰাই।

সংবাদমেলৰ শেষত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় আৰু বহুকেইজন ছাত্ৰ নেতাই কংগ্ৰেছত যোগদান কৰে।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd