• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সপোন পূৰণ নোহোৱাৰ বাবেই হিমন্ত বিশ্ব শৰ্মা হতাশাত ভূগিছে: ৰিপুন বৰা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 13, 2020 7:33 pm
20200813_190005

বৃহস্পতিবাৰে শিৱসাগৰত ৰিপুন বৰাৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত ৰিপুন বৰাই বিজেপি দল আৰু একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ।

বৰাই কয়, ‘হিমন্ত বিশ্ব শৰ্মা এতিয়া হতাশাত ভুগিছে। কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত ১৪ বছৰ তেওঁ মুখ্য মন্ত্ৰীৰ ঘনিষ্ঠ হৈ থকাৰ লগতে বহু গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হৈ আছিল। তাৰ পিছতো তেওঁ সন্তুষ্ট নহল। তেওঁৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন সফল নহ’ল বাবে কংগ্ৰেছ এৰি বিজেপি গ’ল। আৰু এতিয়া বিজেপিত তেওঁৰ সেই সপোন পূৰণ নোহোৱাৰ বাবে তেওঁ হতাশগ্ৰস্ত হৈছে।‘

Apply Now

‘হিমন্ত বিশ্ব শৰ্মাই গল দিয়াৰ কথা কৈছে, তেওঁৰ গল আমাৰ গল পোষ্টত নোসোমাই। তেওঁ গল মাৰিব কিন্তু ব্যৰ্থ গল দিব। কংগ্ৰেছৰ গল কীপাৰে সেই গল ওফৰাই বাউণ্ডৰী পাৰ কৰি দিব,’- ৰিপুন বৰাই মন্তব্য কৰে।

মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই প্ৰতি সপ্তাহত এটাকৈ আঁচনি ঘোষণা কৰিব বুলি যি মন্তব্য কৰিছে সেই সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনে কয়, ‘পূৰ্বতে তেওঁ বহু প্ৰতিশ্ৰুতি দিছিল। তেওঁ আঁচনি ঘোষণা কৰিব আৰু কংগ্ৰেছে পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা সোৱৰাই দিব’।

এআইয়ুডিএফৰ লগত মিত্ৰতা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰিপুন বৰাই।

এআইয়ুডিএফৰ লগত কংগ্ৰেছৰ মিত্ৰতা অকলশৰে নহয়। কংগ্ৰেছে অসমত যি মহাজোঁট বনাবলৈ গৈছে তাত এআইয়ুডিএফ কেৱল অংশীদাৰ দলহে হব বুলি মন্তব্য কৰে ৰিপুন বৰাই।

সদ্যপ্ৰয়াত শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰণৱ গগৈৰ পুত্ৰ সমীৰ গগৈ বিজেপিৰ সৈতে যোগাযোগ কৰা সন্দৰ্ভত ৰিপুন বৰাই কয়, ‘গণতান্ত্ৰিক দেশত সকলোৰে নিজা নিজা চিন্তা কৰাৰ অধিকাৰ আছে। যদি প্ৰণৱ গগৈৰ কোনো পুত্ৰ বিজেপিলৈ যায় তাত কংগ্ৰেছ দলৰ কবলগীয়া একো নাই।‘

কংগ্ৰেছত এইবাৰ যুৱ শক্তি আৰু নতুন মুখে অগ্ৰাধিকাৰ পাব বুলি মন্তব্য কৰে ৰিপুন বৰাই।

সংবাদমেলৰ শেষত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় আৰু বহুকেইজন ছাত্ৰ নেতাই কংগ্ৰেছত যোগদান কৰে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd