• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমতে পোৱা এইবিধ ফল কি ফল চিনি পাইছেনে? প্ৰতি কিলোগ্ৰামৰ দাম ৪০০ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 15, 2020 5:17 pm
dragon-fruit
9.1k
VIEWS
Share on FacebookShare on Twitter

আম,কঁঠাল,বগৰী,কল,কমলা কিমান যে ফল..এনেধৰণৰ প্ৰায় সকলো বিধ ফলেই আমাৰ সকলোৰে চিনাকি।

কিন্তু যিবিধ ফলৰ কথা কবলৈ লোৱা হৈছে সেই ফল বিধ বহুতৰে বাবেই এবিধ অচিনাকি ফল।

অসমতে হোৱা অতি সুস্বাদু এই ফল বিধৰ আদৰ আকৌ বিশ্বজোৰা। সোৱাদ আৰু পুষ্টিগুণৰ দিশৰ পৰা অতি উত্তম ফল হিচাবে পৰিগণিত হোৱা এই ফল বিধ অসমৰ অতি কম সংখ্যক লোকেহে চিনি পায়।

সেই সকলৰ ভিতৰত হয়তো আপুনিও এজন হ’ব পাৰে।

যি কি নহওক,ফল বিধ অসমতে পায় যদিও অসমৰ সকলো ঠাইতে অৱশ্যে ফলবিধ এতিয়াও প্ৰচুৰ পৰিমাণে পোৱা হোৱা নাই।

কাৰণ ফল বিধে অসমত প্ৰৱেশ কৰা বৰ বেছি দিন হোৱা নাই। মূলতঃ লেটিন আমেৰিকাৰ ফল হিচাবে জনাজাত এই ফল বিধ দক্ষিণ-পূব এছিয়া,মধ্য এছিয়াৰ লগতে আফ্ৰিকাৰো বিভিন্ন অঞ্চলত পোৱা যায়।

অসমত নতুনকৈ খেতি আৰম্ভ কৰা এই ফল বিধৰ নাম ড্ৰেগন ফ্ৰুইট।

ড্ৰেগন ফ্ৰুইট ইয়াৰ জনপ্ৰিয় নাম যদিও প্ৰকৃত নাম পিছে পিটাহায়া।

কেকটাছ প্ৰজাতিৰ উদ্ভিদত লগা ফল বিধৰ বৈজ্ঞানিক নাম Hylocereus undatus.

অসমৰ ওদালগুৰিকে ধৰি বিভিন্ন ঠাইত এতিয়া ড্ৰেগন ফ্ৰুইটছৰ খেতি আৰম্ভ হৈছে। ভিটামিন চিৰে সমৃদ্ধ ড্ৰেগন ফ্ৰুইটছত প্ৰচুৰ পৰিমাণে থাকে আইৰণ,ফচফৰাছ,জিংক আদিৰ লগতে শৰীৰৰ বাবে প্ৰয়োজনীয় বহু উপাদান।

dr123

খাবলৈ মিঠা ফল বিধৰ বজাৰ মূল্যও সেয়ে বেছি।প্ৰতি কিলোগ্ৰামত ৪০০ টকা।ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে এই ফলে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।কিছুদিনৰ পিছত হয়তো ড্ৰেগন ফ্ৰুইটছেৰে ভৰি পৰিব অসমৰ বজাৰ। ড্ৰেগন  ফ্ৰুইটছ এতিয়া বাণিজ্যিক ভিত্তিত বহুতেই  কৰিবলৈ লৈছে।ফল বিধৰ বাণিজ্যিক সম্ভাৱনা বহু বেছি বাবেই বহুতে এই ফলৰ খেতিৰ প্ৰতি আগ্ৰহী  হোৱা দেখা গৈছে।

Recent News

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

ইন্ধন কম, বিপদৰ পৰা হাত সাৰিবলৈ ঘুৰি গৈ বেংগালুৰুত নামিল গুৱাহাটী-চেন্নাই ইণ্ডিগো বিমান

ইন্ধন কম, বিপদৰ পৰা হাত সাৰিবলৈ ঘুৰি গৈ বেংগালুৰুত নামিল গুৱাহাটী-চেন্নাই ইণ্ডিগো বিমান

শিশুৰ যৌনগন্ধী ভিডিঅ’ আপলোড! আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ আই আই টিৰ ছাত্ৰসহ আন ১৫ অভিযুক্ত

শিশুৰ যৌনগন্ধী ভিডিঅ’ আপলোড! আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ আই আই টিৰ ছাত্ৰসহ আন ১৫ অভিযুক্ত

মোডীৰ ক’লা ধন ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি! চুইছ বেংকত ৩০০ শতাংশ বৃদ্ধি পাইছে ভাৰতীয়ৰ ‘জমা’ ধন

মোডীৰ ক’লা ধন ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি! চুইছ বেংকত ৩০০ শতাংশ বৃদ্ধি পাইছে ভাৰতীয়ৰ ‘জমা’ ধন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd