• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমতে পোৱা এইবিধ ফল কি ফল চিনি পাইছেনে? প্ৰতি কিলোগ্ৰামৰ দাম ৪০০ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 15, 2020 5:17 pm
dragon-fruit
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আম,কঁঠাল,বগৰী,কল,কমলা কিমান যে ফল..এনেধৰণৰ প্ৰায় সকলো বিধ ফলেই আমাৰ সকলোৰে চিনাকি।

কিন্তু যিবিধ ফলৰ কথা কবলৈ লোৱা হৈছে সেই ফল বিধ বহুতৰে বাবেই এবিধ অচিনাকি ফল।

Apply Now

অসমতে হোৱা অতি সুস্বাদু এই ফল বিধৰ আদৰ আকৌ বিশ্বজোৰা। সোৱাদ আৰু পুষ্টিগুণৰ দিশৰ পৰা অতি উত্তম ফল হিচাবে পৰিগণিত হোৱা এই ফল বিধ অসমৰ অতি কম সংখ্যক লোকেহে চিনি পায়।

সেই সকলৰ ভিতৰত হয়তো আপুনিও এজন হ’ব পাৰে।

যি কি নহওক,ফল বিধ অসমতে পায় যদিও অসমৰ সকলো ঠাইতে অৱশ্যে ফলবিধ এতিয়াও প্ৰচুৰ পৰিমাণে পোৱা হোৱা নাই।

কাৰণ ফল বিধে অসমত প্ৰৱেশ কৰা বৰ বেছি দিন হোৱা নাই। মূলতঃ লেটিন আমেৰিকাৰ ফল হিচাবে জনাজাত এই ফল বিধ দক্ষিণ-পূব এছিয়া,মধ্য এছিয়াৰ লগতে আফ্ৰিকাৰো বিভিন্ন অঞ্চলত পোৱা যায়।

অসমত নতুনকৈ খেতি আৰম্ভ কৰা এই ফল বিধৰ নাম ড্ৰেগন ফ্ৰুইট।

ড্ৰেগন ফ্ৰুইট ইয়াৰ জনপ্ৰিয় নাম যদিও প্ৰকৃত নাম পিছে পিটাহায়া।

কেকটাছ প্ৰজাতিৰ উদ্ভিদত লগা ফল বিধৰ বৈজ্ঞানিক নাম Hylocereus undatus.

অসমৰ ওদালগুৰিকে ধৰি বিভিন্ন ঠাইত এতিয়া ড্ৰেগন ফ্ৰুইটছৰ খেতি আৰম্ভ হৈছে। ভিটামিন চিৰে সমৃদ্ধ ড্ৰেগন ফ্ৰুইটছত প্ৰচুৰ পৰিমাণে থাকে আইৰণ,ফচফৰাছ,জিংক আদিৰ লগতে শৰীৰৰ বাবে প্ৰয়োজনীয় বহু উপাদান।

dr123

খাবলৈ মিঠা ফল বিধৰ বজাৰ মূল্যও সেয়ে বেছি।প্ৰতি কিলোগ্ৰামত ৪০০ টকা।ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে এই ফলে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।কিছুদিনৰ পিছত হয়তো ড্ৰেগন ফ্ৰুইটছেৰে ভৰি পৰিব অসমৰ বজাৰ। ড্ৰেগন  ফ্ৰুইটছ এতিয়া বাণিজ্যিক ভিত্তিত বহুতেই  কৰিবলৈ লৈছে।ফল বিধৰ বাণিজ্যিক সম্ভাৱনা বহু বেছি বাবেই বহুতে এই ফলৰ খেতিৰ প্ৰতি আগ্ৰহী  হোৱা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd