• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‍‘দৃশ্যম’ ছবিৰ পৰিচালক নিশিকান্ত কামান্তৰ দেহৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2020 4:03 pm
330
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ জনপ্ৰিয় তথা পৰিচিত পৰিচালক-অভিনেতা নিশিকান্ত কামাতে আজি হায়দৰাবাদৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

৫০ বছৰীয়া নিশিকান্তৰ লিভাৰজনিত সমস্যাৰ কাৰণে মৃত্যু ঘটা বুলি মাৰাঠী অভিনেতা জয়ৱান্ত ৱাডকাৰে জনায়।

‍‘নিশিকান্ত কামাতৰ ঘণিষ্ঠ নিৰ্মাতা অজয় ৰায়ৰ সৈতে মই সম্পৰ্কত আছিলো। আজি ৰাতিপুৱা ১০.৩০ বজাত হায়দৰাবাদৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰে। তেওঁৰ মৃতদেহ মুম্বাইলৈ অনাৰ প্ৰক্ৰিয়া চলি আছে’, ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত ৱাডকাৰৰ মন্তব্য।

পৰিচালক হিচাপে কামাতে মাৰাঠী ছবি ডম্বিভালি ফাষ্ট(২০০৫)ৰ জৰিয়তে আত্মপ্ৰকাশ কৰে। বলিউডত ২০০৮ চনত মুম্বাই মেৰী জান শীৰ্ষক ছবিৰ জৰিয়তে পৰিচালক হিচাপে কামাতৰ আত্মপ্ৰকাশ ঘটে।

২০০৪ চনত হাভা এনে ডেই (Hava Aney Dey)ৰ জৰিয়তে বলিউডত অভিনয় জীৱন আৰম্ভ কৰিছিল কামাতে।

পৰিচালক হিচাপে ৫০ বছৰীয়া কামাতে ফ’ৰ্চ, দৃশ্যম, ৰকি হেণ্ডছাম আৰু মাডাৰীৰ দৰে ছবি উপহাৰ দিছিল দৰ্শকক।

ইয়াৰ উপৰি তেওঁ ডেডি, ৰকি হেণ্ডছাম, জুলি ২ আৰু ভৱেশ জোশীৰ দৰে ছবিতো অভিনয় কৰিছিল।

আনহাতে দ্যা ফাইনেল কল আৰু ৰংগবাজ ফিৰছেৰ দৰে ৱেব ছিৰিজৰো পৰিচালনা কৰিছিল।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd