• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত দৰিদ্ৰ যুৱক : চিকিৎসাৰ বাবে ধনৰ অভাৱ

দৰিদ্ৰ পৰিয়ালটোৱে ৰোষেশ্বৰ দাসৰ চিকিৎসাৰ বাবে বিচাৰিছে ৰাইজৰ পৰা সহায়

উত্তম শইকীয়া by উত্তম শইকীয়া
August 19, 2020 6:39 pm
IMG-20200818-WA0071~2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত মহকুমাৰ কুৰুৱাবাহী চিনাকান গাঁৱত এজন ৰোগাক্ৰান্ত যুৱকৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে এটা দৰিদ্ৰ পৰিয়ালে৷

বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ চিনাকান গাঁৱৰ এই যুৱকজনৰ নাম ৰোষেশ্বৰ দাস। ৩৭ বছৰীয়া এই যুৱকজন ২০১৫ চনৰ পৰাই স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে৷

Apply Now

বিগত ৫ বছৰেই এক মৰ্মান্তিক পৰিৱেশ আৰু যন্ত্ৰণাত পাৰ হৈছে যুৱকজনৰ সময়। এসময়ত দৰ্জীৰ কাম কৰি সুন্দৰভাৱে পৰিয়ালৰ ভৰণ পোষণ কৰি অহা ৰোষেশ্বৰ দাসৰ শৰীৰত ৫ বছৰৰ পূৰ্বে এক জটিল স্নায়বিক ৰোগে দেখা দিয়ে৷

স্থানীয় চিকিৎসকৰ পৰামর্শ অনুসৰিয়েই চিকিৎসাৰ বাবে যুবকজনক ভৰ্তি কৰা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত৷ সেইমতে চিকিৎসাও চলিছিল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰোষেশ্বৰ দাসৰ এট জটিল অস্ত্ৰোপচাৰো কৰা হৈছিল৷

অস্ত্ৰোপচাৰৰ পাছৰে পৰাই শয্যাশায়ী হৈ পৰিছিল যুৱকজন৷ সহায় নহ’লে বিচনাৰ পৰা উঠিবলৈ অপাৰগ হৈ পৰিছিল৷

যোৱা পাঁচটা বছৰে সাধাৰণ এখন বিচনাত শয্যাশায়ী হৈ থকা যুৱকজনৰ শৰীৰ এতিয়া কেইবা ডালে ৰচিৰে বান্ধি থোৱা হয়৷ বন্ধি থোৱা এই ৰচীবোৰৰ সহায় লৈ ৰোষেশ্বৰে সামান্যভাৱে সঞ্চালন কৰিব পাৰে নিজৰ শৰীৰটোক।

এনে হৃদয়বিদাৰক দৃশ্যৰ চকুৰ আগত লৈয়ে সম্প্ৰতি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে অসহায় আৰু দৰিদ্ৰ পৰিয়ালটোয়ে।

চিকিৎসাৰ নামত ইতিমধ্যে মাটি-ভেঁটি সকলো বিক্ৰী কৰিছে ৰোষেশ্বৰৰ পৰিয়ালে৷

ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত সাধ্য অনুসাৰে দৰিদ্ৰ পৰিয়ালটোয়ে যুৱকজনক চিকিৎসা কৰিছে যদিও বৰ্তমানলৈকে স্বাস্থ্যৰ কোনো পৰিবৰ্তন হোৱা নাই।

উন্নতিৰ ঢাক-ঢোল কোবোৱা অসমৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰাও পোৱা নাই কোনোধৰণৰ সহায়-সাৰথি৷ উপায়হীন পৰিয়ালটোৱে এতিয়া ৰোষেশ্বৰ দাসৰ চিকিৎসাৰ বাবে সচেতন ৰাইজৰ পৰা সহায় বিচাৰিছে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd