• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই পি এলত অংশগ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে লাচিথ মালিংগাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2020 9:28 pm
বুমৰাহ আৰু মালিংগা

বুমৰাহ আৰু মালিংগা

229
VIEWS
Share on FacebookShare on Twitter

শ্ৰীলংকাৰ তাৰকা বেগী বলাৰ লাচিথ মালিংগাই পাৰিবাৰিক কাৰণত ২০২০ বৰ্ষৰ আই পি এলত অংশগ্ৰহণ কৰিব নোৱাৰিব পাৰে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছৰ হৈ বলিঙৰ গুৰি ধৰা মালিংগাৰ পিতৃ অসুস্থ হৈ আছে আৰু তেওঁক অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন হ’ব পাৰে যাৰ বাবে মালিংগাৰ আই পি এলত অংশগ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে।

আনহাতে, কিছু সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি  অনুসৰি লাচিথ মালিংগাই প্ৰথম কেইখনমান খেলতহে অংশগ্ৰহণ কৰিব নোৱাৰিব বাকী খেলসমূহত তেওঁ মুম্বাই ইণ্ডিয়ানছৰ সৈতে সংযুক্ত হ’ব।

ভাৰতৰ প্ৰাক্তন তাৰকা স্পীনাৰ হৰভজন সিঙেও পাৰিবাৰিক কাৰণ বসত চেন্নাই চুপাৰ কিংছৰ সৈতে একেলগতে য়ু এ ইলৈ উৰা মাৰিব নোৱাৰিলে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ২০২০ বৰ্ষৰ আই পি এল নিজ দেশৰ মাটিৰ পৰিৱৰ্তে য়ু এ ইত অনুষ্ঠিত হ’ব।

Recent News

এখন অসবৰ্ণ বিবাহৰ বাবেই এঘৰীয়া কৰা হ’ল এটা পৰিয়ালক : শুদ্ধিৰ নামত চুলি ক্ষুৰালে পৰিয়ালটোৰ ৪০ সদস্যই

এখন অসবৰ্ণ বিবাহৰ বাবেই এঘৰীয়া কৰা হ’ল এটা পৰিয়ালক : শুদ্ধিৰ নামত চুলি ক্ষুৰালে পৰিয়ালটোৰ ৪০ সদস্যই

আৰজেডিৰ সভাপতি হিচাপে ত্ৰয়োদশ কাৰ্যকালৰ বাবে মনোনয়ন দাখিল লালু প্ৰসাদ যাদৱৰ

আৰজেডিৰ সভাপতি হিচাপে ত্ৰয়োদশ কাৰ্যকালৰ বাবে মনোনয়ন দাখিল লালু প্ৰসাদ যাদৱৰ

গুজৰাটৰ উপ-নিৰ্বাচন : বিছাৱদাৰ সমষ্টিৰ পৰা জয় লাভ আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ

গুজৰাটৰ উপ-নিৰ্বাচন : বিছাৱদাৰ সমষ্টিৰ পৰা জয় লাভ আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ

নিৰ্মম! মুম্বাইৰ জাবৰ পেলোৱা ঠাইত গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী ৬০ বছৰীয়া বৃদ্ধা

নিৰ্মম! মুম্বাইৰ জাবৰ পেলোৱা ঠাইত গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী ৬০ বছৰীয়া বৃদ্ধা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd