• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূৰ্বৰ তুলনাত ৰাজ্যত অপৰাধজনিত ঘটনা হ্ৰাস পাইছে সোণোৱাল চৰকাৰৰ দিনত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2018 8:00 pm
অপৰাধজনিত
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ মুখ্য মন্ত্ৰী তৰুণ গগৈৰ শাসনৰ দিনতকৈ বৰ্তমানৰ বিজেপিৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শাসনৰ সময়ছোৱাত তুলনামূলকভাৱে ৰাজ্যখনত অপৰাধজনিত কাৰ্যকলাপ হ্ৰাস পাইছে।

অসম চৰকাৰ আৰু নেশ্যনেল ক্ৰাইম ৰেকৰ্ডচ ব্যৰোৰ তথ্যৰ আধাৰত সৰ্বানন্দ সোণোৱাল ক্ষমতালৈ অহাৰ পিছৰে পৰা শেহতীয়াকৈ দুটা বছৰত অাইন শৃংখলাজনিত কাৰ্য-কলাপ কিছু পৰিমাণে হ্ৰাস পাইছে।

Apply Now

অলপতে বিধানসভাত উল্লেখ কৰা তথ্য মতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত ২০১৮ চনৰ ৩ ফেব্ৰুৱাৰিলৈকে  ৰাজ্যখনত মহানগৰীক বাদ দি ২২,৯৫২ টা চুৰিৰ গোচৰ, ২৬৪ টা ডকাইটিৰ গোচৰ, ১৯৬১ টা হত্যাৰ গোচৰ, ১০,৮৫২ টা অপহৰণৰ গোচৰ, ১৭৮৫ টা লুণ্ঠনৰ গোচৰ, ৩,৬২৮ টা আত্মহত্যাৰ গোচৰ আৰু ১১ টা ডাইনী হত্যাৰ গোচৰ ৰুজু হৈছে।

আনহাতে মহানগৰীত ৫৯২৩ টা চুৰিৰ গোচৰ, ১২ টা ডকাইটিৰ গোচৰ, ১৩০ টা হত্যাৰ গোচৰ, ১১৪৭ টা অপহৰণৰ গোচৰ, ৫৩৯ টা লুণ্ঠনৰ গোচৰ, ৩০ টা আত্মহত্যাৰ গোচৰ আৰু ১ টা ডাইনী হত্যাৰ গোচৰ উক্ত সমছোৱাত ৰুজু হোৱা বুলি তথ্যত উল্লেখ আছে।

এন চি আৰ বিৰ তথ্যত উল্লেখ কৰা মতে ২০১৪ আৰু ২০১৫ চনৰ তৰুণ গগৈৰ দিনৰ কংগ্ৰেছ চৰকাৰৰ শাসনৰ দিনত বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শাসনতকৈ অপহৰণৰ ঘটনাক বাদ দি বাকী অপৰাধজনিত কাৰ্যকলাপৰ সংখ্যা বহু পৰিমাণে বেছি আছিল।

কংগ্ৰেছ চৰকাৰৰ দিনত শেহতীয়া দুটা বছৰত ২,৭৯৪ টা হত্যাৰ গোচৰ, ৪৫৮ টা ডকাইটিৰ গোচৰ, ১৯৬৬ টা লুণ্ঠনৰ গোচৰ আৰু ২৫,১৩৬ টা চুৰিৰ গোচৰ ৰুজু হৈছিল যিটো বৰ্তমানৰ তুলনাত বহু পৰিমাণে বেছি বুলি তথ্যত প্ৰকাশ পাইছে।

ইয়াৰ বিপৰীতে কিন্তু তৰুণ গগৈৰ দিনত কংগ্ৰেছ চৰকাৰৰ শাসনৰ সময়ত শেহতীয়া দুটা বছৰত অপহৰণৰ ঘটনা সংঘটিত হৈছিল ১০,৬৫৪ টা যিটো সৰ্বানন্দৰ শাসনৰ সময়ত হোৱা ১০,৮৫২ টা অপহৰণৰ ঘটনাতকৈ বহু পৰিমাণে কয়।

পূৰ্বতে তৰুণ গগৈৰ চৰকাৰৰ দিনত অপৰাধজনিত কাৰ্যকলাপৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল। এক সূত্ৰৰ পৰা জানিব পৰা মতে বন মন্ত্ৰী ৰকিবুল হুছেইনে ২০১৪ চনত বিধানসভাত উল্লেখ কৰা অনুসৰি ২০১১ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ৩৫,৫৬৫ টা চুৰিৰ গোচৰ, ১৫,৬৮৯ টা অপহৰণৰ গোচৰ আৰু ১৫,৪৯৩ টা হত্যাৰ গোচৰ ৰুজু হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm
ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

June 29, 2026 2:32 pm
ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বৰমৰ ডাঙৰ সকীয়নি, পাঁচটা উদ্বেগজনক দিশৰ কথা উল্লেখ

ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বৰমৰ ডাঙৰ সকীয়নি, পাঁচটা উদ্বেগজনক দিশৰ কথা উল্লেখ

June 29, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm
ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd