• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উঃ কোৰিয়াৰ শাসক কিম জং উন ক’মাত! : ভগ্নীক নিযুক্তি দিলে দেশখনৰ ছেকেণ্ড ইন কমাণ্ডৰ পদত!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 23, 2020 6:13 pm
index.jpg
601
VIEWS
Share on FacebookShare on Twitter

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ স্বাস্থ্য অতি সংকটজনক। এই দাবী উত্তৰ কোৰিয়াৰ চিৰবৈৰী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াৰ।

বিশ্বৰ অতি দৃঢ়মনা, নিৰ্ভীক আৰু ৰহস্যৰে আৱৰা একনায়ক গৰাকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি দাবী কৰিছে শত্ৰু ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াই।

চীনৰ পৰা লাভ কৰা তথ্যৰ উদ্ধৃতি দি দ্য কোৰিয়া হেৰাল্ড নামৰ সংবাদ পত্ৰখনে কয় যে, উত্তৰ কোৰিয়াৰ শাসকজন এতিয়া ক’মাত আছে।

দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ঘনিষ্ঠ চাং ছং-মিনে দাবী কৰি কৈছে যে কিম জং উনে নিজ ভগ্নী কিম ইয়ো-জঙক দেশখনৰ ছেকেণ্ড ইন কমাণ্ডৰ পদ নিযুক্তি প্ৰদান কৰি আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ সম্পৰ্ক পৰিচালনা কৰাৰ দায়িত্বও অৰ্পণ কৰিছে।

দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত কিম ডায়ে-জঙৰ অতি ঘনিষ্ঠ সহযোগী ৰাজনৈতিক বিভাগৰ সচিব চাং ছং-মিনে চ’ছিয়েল মিডিয়াৰ যোগে দাবী কৰিছে যে উত্তৰ কোৰিয়াৰ শাসকে এইদৰে অন্য কোনো ব্যক্তিৰ হাততে দেশৰ কতৃৰ্ত্ব নিদিয়ে, যদিহে শাসকজন অসুস্থ নহয় অথবা ক্ষমতাচ্যুত নহয়।

তেওঁ লগেত কয় যে, কিম জং উনে ভগ্নীৰ কিম ইয়ো-জঙৰ হাতত এনে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াটোৱে উন শয্যাশায়ী অথবা শাসন কৰিবলৈ অক্ষম হৈ থকাটোকে বুজাইছে।

দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমত চাং ছং-মিনে আৰু কয়, “মই ধাৰণা কৰোঁ তেওঁ এতিয়াও জীয়াই আছে, কিন্তু তেওঁ ক’মাত আছে।”

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd