• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নিষ্ঠুৰ’ ডোনাল্ড ট্ৰাম্প; ভগ্নী মেৰিয়ানৰ অকপট স্বীকাৰোক্তিৰ গোপন ৰেকৰ্ডিং ফাদিল!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2020 9:53 am
marian Trump

ডোনাল্ড ট্ৰাম্পৰ সৈতে ভগ্নী মেৰিয়ান ট্ৰাম্প।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ট্ৰাম্প বিৰোধীসকলৰ মাজত এই অভিযোগ নতুন কথা নহয়। এনে অভিযোগৰ প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অৱশ্যে কোনোদিনে গুৰুত্বও দিয়া নাই।

কিন্তু এইবাৰ ট্ৰাম্পক নীতিজ্ঞানহীন তথা নিষ্ঠুৰ বুলি অভিহিত কৰিছে তেওঁ নিজৰেই ভনীয়েকে। অৱশ্যে, সেয়া মুকলিকৈ নহয়, গোপনেহে।

Apply Now

ৰাষ্ট্ৰপতিগৰাকীৰ ভতিজী মেৰি ট্ৰাম্পৰ আগত এই কথাবোৰ কৈছে ৮৩বছৰীয়া মেৰিয়ান ট্ৰাম্প বেৰিয়ে।

এইক্ষেত্ৰত ট্ৰাম্পে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও নিজ ভগ্নীৰ কথোপকথনৰ এই ৰেকৰ্ডিং বিয়পি পৰাৰ পাছতেই বিতৰ্ক আৰম্ভ হৈছে।

শনিবাৰে ভতিজী মেৰিয়ে জানিবলৈ দিয়ে যে ২০১৮ৰ পৰা ২০১৯ৰ মাজত ৰাষ্ট্ৰপতিগৰাকীৰ এই বক্তৱ্যসমূহ তেওঁ ৰেকৰ্ড কৰি ৰাখিছিল।

প্ৰায় ১৫ঘন্টাৰ ৰেকৰ্ডিং থকা বুলি দাবী কৰা ট্ৰাম্পৰ ভতিজী মেৰিয়ে ‘টু মাচ এণ্ড নেভাৰ এনাফ: হাও মাই ফেমিলি ক্ৰিয়েটেড দ্য ৱৰ্ল্ডছ ম’ষ্ট ডেঞ্জাৰাছ মেন’ নামৰ গ্ৰন্থখনেৰে বৰ্তমান চৰ্চা লাভ কৰিছে।

মেৰিয়ে এই গ্ৰন্থখনত  ট্ৰাম্পৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কিন্তু প্ৰাক্তন ফেডাৰেল বিচাৰক মেৰিয়ানৰ ৰেকৰ্ডিঙে আৰু অধিক উদঙাই দিছে ট্ৰাম্পৰ চৰিত্ৰ।

ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্প কেনেকুৱা প্ৰসংগত মেৰিয়ান কৈছে,’মিছা কোৱাৰ অভ্যাস’ তেওঁৰ চিৰদিনীয়া।

আশীৰ দশকত  ভাতৃৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটাৰ কথাও মেৰিয়ানে ৰেকৰ্ডিঙত স্বীকাৰ কৰিছে। ট্ৰাম্পে বাৰে বাৰে তেওঁৰ সফলতাৰ কৃতিত্ব নিবলৈ বিচাৰে বুলি দাবী কৰি কয়,’ডোনাল্ড নিষ্ঠুৰ’।

আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাৰ্থীৰ চৰিত্ৰ তথা নীতিক লৈ চলিবলগীয়া প্ৰচাৰত ট্ৰাম্পৰ নিজৰ ভগ্নীৰ এই মন্তব্যসমূহে ট্ৰাম্পক শলঠেকত পেলোৱাৰ সম্ভাৱনা আছে।

আনহাতে, মেৰিয়ে এনেধৰণে গোপনে বাৰ্তালাপ ৰেকৰ্ড কৰাক লৈয়ো বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm
Allah Miyan’s Workshop : এটি আলোচনা

Allah Miyan’s Workshop : এটি আলোচনা

October 19, 2026 12:53 pm
বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

October 19, 2026 10:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd