• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পত্নীৰ অভিযোগত এমাহ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে কবৰ খান্দি উলিয়ালে মৃতদেহ

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
August 25, 2020 7:24 am
WhatsApp Image 2020-08-24 at 7.34.50 PM

চামগুৰি আৰক্ষী নিৱেশ।ফটো: নৰ্থইষ্ট নাও

558
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে চামগুৰিৰ আৰক্ষী স্থানীয় প্ৰশাসনে সুদীৰ্ঘ এমাহৰ পাছত কবৰ খান্দি এটা মৃতদেহ উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাটো  সংঘটিত হয় চামগুৰি থানাৰ অন্তৰ্গত বৰদল মালিবস্তি গাঁৱত।

যোৱা ২২ জুলাইত গাঁও খনৰ ৰাজেশ তিৰ্কী নামৰ বিবাহিত লোক জনৰ সাধাৰণ ভাবে মৃত্যু হৈছিল বুলি মাতৃ আছিতা তিৰ্কী আৰু ভ্ৰাতৃ প্ৰীতম তিৰ্কীয়ে স্থানীয় ৰাইজৰ সহযোগত গাঁৱতে মৃতদেহতো কবৰস্থ কৰিছিল।

ইপিনে কৰ্ম সূত্ৰে দিল্লীত থকা ৰাজেশৰ পত্নী দুই সন্তানৰ মাতৃ দিপাঞ্জলী তিৰ্কী শনিবাৰে নিশা বৰদল মালিবস্তি স্বামী গৃহত উপস্থিত হয়।

স্বামী ৰাজেশক বিচাৰি নাপাই হুৱা দুৱাৰ সৃষ্টি কৰে। পাছত চুবুৰীয়াৰ পৰা স্বামীৰ মৃত্যু হৈছে বুলি জানিব পাৰে।

দিপাঞ্জলীয়ে স্বামীৰ মৃত্যু সাধাৰণ মৃত্যু নহয় বুলি সন্দেহ প্ৰকাশ কৰি পৰিকল্পিত ভাবে শাহুয়েক আছিতা আৰু দেওৰেক প্ৰীতমে হত্যা কৰে বুলি অভিযোগ তুলি ৰবিবাৰে চামগুৰি থানত এক গোচৰ তৰে।

সোমবাৰে চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কান্ত দলৈৰ তৎপৰতাত কবৰস্থ মৃতদেহ খান্দি নগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

চামগুৰি আৰক্ষীয়ে মাতৃ আছিতা আৰু ভ্ৰাতৃ প্ৰীতমক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে‌।

Recent News

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd