• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওদালগুৰিত আৰক্ষীৰ তালাচী অভিযানত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 25, 2020 12:55 pm
Arms-2-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিএডিৰ অন্তৰ্গত ওদালগুৰি জিলাত মঙলবাৰে কাহিলী পুৱাতে চলোৱা এক তালাচী অভিযানত আৰক্ষীয়ে বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে।

ওদালগুৰি জিলাৰ নালাপাৰা ৰাবাৰ বাগানৰ পৰা অস্ত্ৰখিনি উদ্ধাৰ কৰা হৈছে।

আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, অস্ত্ৰখিনি আৰক্ষীয়ে মাটিৰ তলত লুকাই থোৱা অৱস্থাত উদ্ধাৰ কৰে।

চোৰাংচোৱা সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে এক তালাচী অভিযান চলায় আৰু অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰে।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, আৰক্ষীৰ দলটোৱে এটা এ কে ৰাইফল, চাৰিটা পিষ্টল, দুটা ৱাকি টকি ছেট আৰু এক বৃহৎ সংখ্যক গুলী-বাৰুদ উদ্ধাৰ কৰে।

বিগত কেইমাহত, বিশেষকৈ যোৱা ২৭জানুৱাৰিত এনডিএফবিৰ বিভাজিত গোটটোৱে বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পাছত আৰক্ষীয়ে বিটিএডি জিলাৰ কোকৰাঝাৰ, চিৰাং,বাক্সা আৰু ওদালগুৰিৰ পৰা এক বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

এই সময়ছোৱাত অসম আৰক্ষীয়ে ৪২টা এ কে ৰাইফল, তিনিটা এইচ কে ৰাইফল, দুটা এছ এল আৰ, চাৰিটা আইএনএছএএছ ৰাইফল, দুটা এল এম জি/এম এম জি, ২৫টা পিষ্টল/ৰিভলভাৰ,৩,৫০৬ ৰাউণ্ড গুলী, ১০৮টা হেণ্ড গ্ৰেনেণ্ড, এটা ৰকেট লাঞ্চাৰ, ছয়টা মৰ্টাৰ ছেলছ, এটা ৱায়েৰলেছ ছেট,২০২টা ডিটেনেটৰ্ছ আৰু ২০কিলোগ্ৰাম বিস্ফোৰক উদ্ধাৰ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

September 14, 2025 10:03 am
লণ্ডনত প্ৰব্ৰজন বিৰোধী সমদলত জনস্ৰোত! সোঁপন্থীৰ প্ৰতিবাদত স্তব্ধ জনজীৱন

লণ্ডনত প্ৰব্ৰজন বিৰোধী সমদলত জনস্ৰোত! সোঁপন্থীৰ প্ৰতিবাদত স্তব্ধ জনজীৱন

September 14, 2025 10:00 am
মাদ্ৰাজৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম সুন্দৰক মণিপুৰ উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

মাদ্ৰাজৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম সুন্দৰক মণিপুৰ উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

September 14, 2025 9:38 am
শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

September 14, 2025 10:03 am
লণ্ডনত প্ৰব্ৰজন বিৰোধী সমদলত জনস্ৰোত! সোঁপন্থীৰ প্ৰতিবাদত স্তব্ধ জনজীৱন

লণ্ডনত প্ৰব্ৰজন বিৰোধী সমদলত জনস্ৰোত! সোঁপন্থীৰ প্ৰতিবাদত স্তব্ধ জনজীৱন

September 14, 2025 10:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd