• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাৱধান! ৰন্ধন গেছৰ নাটনিত ভূগিব পাৰে অসম তথা উত্তৰ-পূবৰ গ্ৰাহক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2020 10:18 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

313
VIEWS
Share on FacebookShare on Twitter

অসম তথা উত্তৰ-পূবত ৰন্ধন গেছৰ তীব্র নাটনি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷

ৰন্ধন গেছৰ চিলিণ্ডাৰ সৰবৰাহ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰি উত্তৰ পূব এল পি জি পৰিৱহণ সংস্থাই অনির্দিষ্টকালীন ধর্মঘট ঘোষণা কৰিছে৷

ইণ্ডিয়ান অইল কর্প’ৰেশ্যনে থলুৱা-বিৰোধী নীতি গ্রহণ কৰাৰ প্রতিবাদত এই প্রতিবাদী কার্যসূচী গ্রহণ কৰা বুলি জানিব পৰা গৈছে।

ধর্মঘটৰ ফলত মির্জা, উত্তৰ গুৱাহাটী, বঙাইগাঁও, দুলীয়াজান, শিলচৰ, ডিমাপুৰ আৰু ত্রিপুৰাত থকা ৰন্ধন গেছৰ প্রকল্পসমূহ বন্ধ হৈ পৰিব৷

আই অ’ চি গুৱাহাটীৰ পৰিৱর্তে এইবাৰ কলকাতা কার্যালয়ৰ পৰা ৰন্ধন গেছ পৰিবহণৰ বাবে নিবিদা আহ্বান জনোৱা আৰু পূর্বতকৈ ২০ শতাংশ নিৰিখ হ্রাস কৰি স্থানীয় ব্যৱসায়ীক মাধমাৰ শোধোৱা কার্যৰ বিৰুদ্ধাচৰণ কৰি এই ধৰ্মঘটৰ কাৰ্যসূচী লৈছে সংস্থাই।

থলুৱা-বিৰোধী নীতি প্রত্যাহাৰ নকৰা পর্যন্ত এছ’চিয়েশ্যনে ধর্মঘট অব্যাহত ৰাখিব বুলি জনোৱাৰ লগতে অন্য গাড়ীৰে যদি গেছ সৰবৰাহ কৰে তেন্তে বাধা প্ৰদান কৰা হ’ব বুলিও জনায়।

Recent News

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd