• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কৰ জ্যেষ্ঠ সাংবাদিক মৃদুল বৰুৱাৰ আদ্যশ্ৰাদ্ধত আছুৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
August 27, 2020 6:27 pm
AASU, others pay tribute to late journalist Mridul Borua in Teok
129
VIEWS
Share on FacebookShare on Twitter

টীয়কৰ জ্যেষ্ঠ সাংবাদিক মৃদুল বৰুৱাৰ আজি আদ্যশ্ৰাদ্ধৰ দিনা তেখেতৰ বনাইৰ নিজ বাসগৃহত শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰি সাংবাদিকজনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

যোৱা ১১ আগষ্ট তাৰিখে হঠাৎ মৃত্যুক সাৱটি লৈছিল নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তা কাকতত কৰ্মৰত সাংবাদিকজনে।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত মৃদুল বৰুৱাৰ পিতৃ বুদ্ধেশ্বৰ বৰুৱা, মাতৃ হীৰামাই বৰুৱা, পত্নী মুনমী বৰুৱা আৰু একমাত্ৰ জী ইছিকাই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলিৰ আৰম্ভণি কৰে।

অনুষ্ঠানটোত টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰা, নিউজ লাইভৰ উজনি অসমৰ ব্যুৰ‘ চীফ প্ৰদীপ বৰা, টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সতীশ চাহু, টীয়ক আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উপদেষ্টা কিশোৰ দাস, টীয়ক প্ৰেছ ক্লাবৰ উপদেষ্টা ৰিজু কুমাৰ শইকীয়া, টীয়ক প্ৰেছ ক্লাবৰ সভাপতি দুলাল হাজৰিকা, টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰাৰ লগতে টীয়ক, শিমলুগুৰি মৌজা আছুৰ বিষয়ববীয়াৰ লগতে শতাধিক বিভিন্ন সংগঠন আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

স্মৃতিচাৰণ সভাত বক্তব্য ৰাখি যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে মৃদুল বৰুৱাৰ একমাত্ৰ কন্যাৰ ভৱিষ্যত দিনত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত নিউজ লাইভ পৰিয়ালক সহায় কৰিবৰ কাৰণে আহবান জনায়৷

Recent News

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd