• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একক সংখ্যা গৰিষ্ঠ দল হৈও মেঘালয়ত চৰকাৰ গঠনত ব্যৰ্থ হ’ল কংগ্ৰেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 9:49 am
mukul-sangma-2-993x548
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ দলে মেঘালয়ত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে শনিবাৰে নিশা আৰু দেওবাৰে পুৱা প্ৰচেষ্টা চলাইছিল যদিও সেয়া সফল নহ’ল। চৰকাৰ গঠনৰ পথ মসৃন কৰি তুলিবলৈ দিল্লীৰ পৰা আহি উপস্থিত হৈছিলহি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতা মুকুল ৱাছনিক, কমল নাথ, আহমেদ পেটেল আৰু চি পি যোশী।

কংগ্ৰেছৰ এই কেন্দ্ৰীয় নেতা কেইগৰাকীয়ে বহু প্ৰয়াস চলাই আঞ্চলিক দলবোৰৰ সৈতে জোঁট গঠনত ব্যৰ্থ হোৱাৰ পিছত দিল্লীলৈ উভতি যায়।

Apply Now

এআইচিচিৰ নেতাগৰাকীয়ে একক সংখ্যাগৰিষ্ঠ দলটোক চৰকাৰ গঠনৰ বাবে ৰাজ্যপালে আমন্ত্ৰণ কৰাটো বিচাৰিছিল। ২১ খন আসন লাভ কৰি কংগ্ৰেছ একক সংখ্যা গৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল।

অৱশ্যে, সংবিধান বিশেষজ্ঞসকলে কয় যে কোনটো দলক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাব সেইটো ৰাজ্যপালৰ স্বতন্ত্ৰ ক্ষমতাৰ বিষয়।

dc-Cover-1oktrl3u7968jma9vqha0tqek7-20180303143220.Medi

দেওবাৰে ইউডিপিৰ সভাপতি ডংকুপাৰ ৰয়ৰ চৰকাৰী বাসভৱনত অন্যান্যসকলৰ লগতে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলৰে নেতাই ভিৰ কৰেহি। কিন্তু ইউডিপি আৰু এইচএছপিডিপিৰ বিধায়কসকলে আঞ্চলিক গণতান্ত্ৰিক মৰ্চাৰ অধীনত তেওঁলোকৰ বৈঠকত ইতিমধ্যে এনপিপি আৰু আনসকলৰ সৈতে এখন অকংগ্ৰেছী চৰকাৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

কংগ্ৰেছে ইয়াৰ বিধায়ক জেনিথ ছাংমাক ৰয়ক সাক্ষাৎ কৰিবলৈ পঠাইছিল যদিও মিত্ৰজোঁটটোৰ সমৰ্থন কংগ্ৰেছৰ সপক্ষে আনিবলৈ সক্ষম নহ’ল।

ইয়াৰ পিছতে ক্ষমতা হেৰুওৱা মুখ্যমন্ত্ৰী মুকুল ছাংমাই ৰয় সাক্ষাৎ কৰি বিজেপিক বাদ দি এখন চৰকাৰ গঠনত সমৰ্থন দিবলৈ আহ্বান জনাইছিল। কিন্তু ইতিমধ্যে ইউডিপি-এইচএছপিডিপি যুটীয়ে এনপিপি আৰু বিজেপিক নতুন চৰকাৰ গঠনৰ বাবে সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ পিছতে চাৰি সদস্যযুক্ত পিডিএফ আৰু নিৰ্দলীয় ছেমুৱেল ছাংমাই এনপিপি নেতৃত্বৰ মিত্ৰজোঁটৰ প্ৰতি সমৰ্থন আগবঢ়ায়।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, কে জে আলফ’নছ আৰু অসমৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ইউডিপি নেতাগৰাকীক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ পৰা কংগ্ৰেছক অঁতৰাই ৰখাৰ বাবে আহ্বান জনায়।

 

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদেশত সক্ৰিয় ৩৬ হাজাৰ ভাৰতীয় চিম! উন্মোচিত হ’ল আন্তঃৰাষ্ট্ৰীয় চাইবাৰ জালিয়াতি চক্ৰ

বিদেশত সক্ৰিয় ৩৬ হাজাৰ ভাৰতীয় চিম! উন্মোচিত হ’ল আন্তঃৰাষ্ট্ৰীয় চাইবাৰ জালিয়াতি চক্ৰ

June 9, 2026 12:04 pm
ভাৰতৰ দৰিদ্ৰতা আৰু অসমতা নিৰাময়ৰ গৱেষণাৰ বাবে অৰ্থনীতিবিদ জাঁ দ্ৰেজলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

ভাৰতৰ দৰিদ্ৰতা আৰু অসমতা নিৰাময়ৰ গৱেষণাৰ বাবে অৰ্থনীতিবিদ জাঁ দ্ৰেজলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

June 9, 2026 11:39 am
বিশাখাপট্টনম ষ্টীল প্লাণ্টত মৰ্মান্তিক দুৰ্ঘটনা; ১৬০০ ডিগ্ৰীত গলিত লোহাত দগ্ধ হৈ ৮ জন শ্ৰমিকৰ মৃত্যু

বিশাখাপট্টনম ষ্টীল প্লাণ্টত মৰ্মান্তিক দুৰ্ঘটনা; ১৬০০ ডিগ্ৰীত গলিত লোহাত দগ্ধ হৈ ৮ জন শ্ৰমিকৰ মৃত্যু

June 9, 2026 11:15 am
পুনৰ মুখথেকেচা খালে ট্ৰাম্পে! এইচ-১বি ভিছাৰ ১ লাখ ডলাৰৰ মাচুল ‘অবৈধ’ বুলি ৰায় দিলে আমেৰিকাৰ আদালতে

পুনৰ মুখথেকেচা খালে ট্ৰাম্পে! এইচ-১বি ভিছাৰ ১ লাখ ডলাৰৰ মাচুল ‘অবৈধ’ বুলি ৰায় দিলে আমেৰিকাৰ আদালতে

June 9, 2026 10:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদেশত সক্ৰিয় ৩৬ হাজাৰ ভাৰতীয় চিম! উন্মোচিত হ’ল আন্তঃৰাষ্ট্ৰীয় চাইবাৰ জালিয়াতি চক্ৰ

বিদেশত সক্ৰিয় ৩৬ হাজাৰ ভাৰতীয় চিম! উন্মোচিত হ’ল আন্তঃৰাষ্ট্ৰীয় চাইবাৰ জালিয়াতি চক্ৰ

June 9, 2026 12:04 pm
ভাৰতৰ দৰিদ্ৰতা আৰু অসমতা নিৰাময়ৰ গৱেষণাৰ বাবে অৰ্থনীতিবিদ জাঁ দ্ৰেজলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

ভাৰতৰ দৰিদ্ৰতা আৰু অসমতা নিৰাময়ৰ গৱেষণাৰ বাবে অৰ্থনীতিবিদ জাঁ দ্ৰেজলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

June 9, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd