• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Zoom মিটিঙৰ সময়তে চেক্ৰেটেৰীৰ সৈতে যৌনতাত লিপ্ত হৈ পৰিল চৰকাৰী বিষয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
August 29, 2020 7:39 am
sexonzoom-meet
1.3k
VIEWS
Share on FacebookShare on Twitter

আধুনিক প্ৰযুক্তিৰ প্ৰতি সচেতন নোহোৱা বহু ব্যক্তিয়েই সময়ত বিপদত পৰা দেখা যায়। তদুপৰি, কেমেৰা হৈছে আধুনিক বিশ্বৰ এনে এটা আৱিস্কাৰ যিয়ো সকলো গোপনীয়তা উদঙাই দিব পাৰে।

ঠিকেই, মিলেন কুন্দেৰাই ক’বৰ দৰে বৰ্তমান সময়ত ভগৱানৰ স্থান লৈছে কেমেৰাই। কোনো কি কৰি আছে থাকে সেয়া কোন সময়ত ওলাই পৰে তাৰ কোনো নিশ্চয়তা নাই।

নিজৰ অসচেতনতা আৰু অসৎ কামনাৰ বাবে এইবাৰ শলঠেকত পৰিল ফিলিপাইনছৰ এগৰাকী চৰকাৰী বিষয়া।

চৰকাৰী মিটিঙত Zoom কল বন্ধ হোৱা বুলি ভাৱি চেক্ৰেটাৰীৰ সৈতে যৌনতাত লিপ্ত হৈ পৰিল কেপ্টেন জেছাছ এষ্টিল।

কিন্তু ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে লাগিল হৈ চৈ।

বাতৰি অনুসৰি, কৰ’না ভাইৰাছৰ পৰিস্থিতিত ফিলাপাইনছৰ এখন গাঁৱৰ প্ৰশাসনিক মিটিং এখন Zoom কলৰ জৰিয়তে অনুষ্ঠিত কৰা হৈছিল।

বৈঠকত চৰকাৰী বিষয়া কেপ্টেন জেছাছ এষ্টিলেও অংশ লৈছিল।

বৈঠকৰ মাজতে তেওঁ নিজৰ লেপটপৰ কেমেৰা অফ কৰিবলৈ লয়। কেমেৰা অফ হোৱা বুলি ভাৱি এষ্টিলে অফিচ চেক্ৰেটাৰীৰ সৈতে যৌন কাৰ্যত মত্ত হৈ পৰে।

সেই বৈঠকত উপস্থিত থকা একাংশই সেই দৃশ্য ৰেকৰ্ড কৰে আৰু সেয়া অলপ পাছতে ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰে।

চৰকাৰী বিষয়াৰ এনে কু-কীৰ্তি দেশখনৰ স্থানীয় সংবাদ মাধ্যমৰ ‘হট খৱৰ’ হৈ পৰে। ইয়াৰ লগে লগে দেশ-বিদেশৰ সংবাদ মাধ্যমত এই খৱৰ বিয়পি পৰে।

স্বাভাৱিকভাৱেই, ঘটনাত জড়িত চৰকাৰী বিষয়াগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। তদুপৰি, ভৱিষ্যতে যাতে এনে ঘটনা নঘটে তাৰ বাবে প্ৰশাসনক চকু ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ পূৰ্বে ব্ৰাজিলৰ ৰিঅ’ দি জেনেৰিঅ’ৰ চিটি কাউন্সিলৰ এক বৈঠকতো এনেদৰে এহাল দম্পতিয়ে Zoom কেমেৰা অফ থকা বুলি যৌনতাত মত্ত হৈ পৰাৰ ঘটনা সংঘটিত হৈছিল।

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd