• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেতিয়া খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান ? সংবাদ মেলত কি কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 29, 2020 4:58 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছেপ্টম্বৰৰ মধ্য ভাগৰ পৰা ৰাজ্যত অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা আৰম্ভ কৰা হ’ব। আজি বিয়লি জনতা ভৱনত অনুষ্ঠিত এক সংবাদ মেলত এই কথা প্ৰকাশ কৰে শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী গৰাকীয়ে সংবাদ মেলত লগতে ১৫ ছেপ্টেম্বৰলৈকে শিক্ষক শিক্ষয়িত্ৰীৰ কোভিড টেষ্টৰ সীমা বৃদ্ধি কৰা বুলি জানিবলৈ দিয়ে।

“১৫ ছেপ্টেম্বৰলৈকে বিদ্যালয় চেনিটাইজ কৰিব লাগিব। যিসকল শিক্ষকে কোভিড টেষ্ট কৰালে বা নিগেটিভ আহিল তেওঁলোক ১ চেপ্টেম্বৰৰ পৰাই বিদ্যালয় যাব লাগিব।” সংবাদ মেলত শিক্ষা মন্ত্ৰী গৰাকীয়ে কয়।

১৫ ছেপ্টেম্বৰৰ পৰা পৰীক্ষামূলক ভাৱে ১৫ দিনীয়াকৈ অনানুষ্ঠানিকভাৱে শিক্ষা ব্যৱস্থা আৰম্ভ হ’ব। কিন্তু এই অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পদ্ধতি কেনেকুৱা হ’ব সেই বিষয়ে মন্ত্ৰী গৰাকীয়ে সবিশেষ জনোৱা নাই।

অৱশ্যে মিড দে’ মিল নিবলৈ আহোঁতে প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীক এঘণ্টাৰ বাবে শিক্ষা প্ৰদান কৰিব লাগিব বুলি কয় মন্ত্ৰী গৰাকীয়ে।

১৫-ছেপ্টেম্বৰৰ পৰা হায়াৰ চেকেণ্ডাৰী দ্বিতীয় বৰ্ষ আৰু স্নাতক তৃতীয় বৰ্ষৰ ৪-৫ টা গ্ৰুপত ভাগ কৰি অনানুষ্ঠানিক শ্ৰেণী আৰম্ভ কৰা হ’ব।

কোৱাৰেন্টাইন আৰু কোভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰি থকা বিদ্যালয়ৰ শিক্ষকসকল বিদ্যালয়লৈ যাব নালাগে।
কিন্তু উপায়ুক্তই দায়িত্ব দিলে যাব লাগিব বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

ইফালে ১২ ছেপ্টেম্বৰৰ দিনা মেট্ৰিকত ষ্টাৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক ২০ হাজাৰ টকাকৈ একাউন্টত জমা দিয়া হ’ব জানিবলৈ দিয়ে শিক্ষা মন্ত্ৰী গৰাকীয়ে।

“১৬,৯৪৪ গৰাকী ছাত্ৰ ছাত্ৰীক কম্পিউটাৰৰ পৰিৱৰ্তে এই ধন জমা দিয়া হ’ব। ইতিমধ্যে ছাত্ৰ ছাত্ৰী সকলৰ পৰা বেংক একাউণ্ট নম্বৰ সংগ্ৰহ কৰা হৈছে।” শিক্ষামন্ত্ৰী গৰাকীয়ে সংবাদ মেলত কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd