• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেতিয়া খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান ? সংবাদ মেলত কি কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 29, 2020 4:58 pm
index.jpg
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছেপ্টম্বৰৰ মধ্য ভাগৰ পৰা ৰাজ্যত অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা আৰম্ভ কৰা হ’ব। আজি বিয়লি জনতা ভৱনত অনুষ্ঠিত এক সংবাদ মেলত এই কথা প্ৰকাশ কৰে শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী গৰাকীয়ে সংবাদ মেলত লগতে ১৫ ছেপ্টেম্বৰলৈকে শিক্ষক শিক্ষয়িত্ৰীৰ কোভিড টেষ্টৰ সীমা বৃদ্ধি কৰা বুলি জানিবলৈ দিয়ে।

Apply Now

“১৫ ছেপ্টেম্বৰলৈকে বিদ্যালয় চেনিটাইজ কৰিব লাগিব। যিসকল শিক্ষকে কোভিড টেষ্ট কৰালে বা নিগেটিভ আহিল তেওঁলোক ১ চেপ্টেম্বৰৰ পৰাই বিদ্যালয় যাব লাগিব।” সংবাদ মেলত শিক্ষা মন্ত্ৰী গৰাকীয়ে কয়।

১৫ ছেপ্টেম্বৰৰ পৰা পৰীক্ষামূলক ভাৱে ১৫ দিনীয়াকৈ অনানুষ্ঠানিকভাৱে শিক্ষা ব্যৱস্থা আৰম্ভ হ’ব। কিন্তু এই অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পদ্ধতি কেনেকুৱা হ’ব সেই বিষয়ে মন্ত্ৰী গৰাকীয়ে সবিশেষ জনোৱা নাই।

অৱশ্যে মিড দে’ মিল নিবলৈ আহোঁতে প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীক এঘণ্টাৰ বাবে শিক্ষা প্ৰদান কৰিব লাগিব বুলি কয় মন্ত্ৰী গৰাকীয়ে।

১৫-ছেপ্টেম্বৰৰ পৰা হায়াৰ চেকেণ্ডাৰী দ্বিতীয় বৰ্ষ আৰু স্নাতক তৃতীয় বৰ্ষৰ ৪-৫ টা গ্ৰুপত ভাগ কৰি অনানুষ্ঠানিক শ্ৰেণী আৰম্ভ কৰা হ’ব।

কোৱাৰেন্টাইন আৰু কোভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰি থকা বিদ্যালয়ৰ শিক্ষকসকল বিদ্যালয়লৈ যাব নালাগে।
কিন্তু উপায়ুক্তই দায়িত্ব দিলে যাব লাগিব বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

ইফালে ১২ ছেপ্টেম্বৰৰ দিনা মেট্ৰিকত ষ্টাৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক ২০ হাজাৰ টকাকৈ একাউন্টত জমা দিয়া হ’ব জানিবলৈ দিয়ে শিক্ষা মন্ত্ৰী গৰাকীয়ে।

“১৬,৯৪৪ গৰাকী ছাত্ৰ ছাত্ৰীক কম্পিউটাৰৰ পৰিৱৰ্তে এই ধন জমা দিয়া হ’ব। ইতিমধ্যে ছাত্ৰ ছাত্ৰী সকলৰ পৰা বেংক একাউণ্ট নম্বৰ সংগ্ৰহ কৰা হৈছে।” শিক্ষামন্ত্ৰী গৰাকীয়ে সংবাদ মেলত কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd